26 C
Guwahati
Sunday, October 24, 2021
More

    ৱৰ্ধমান বিস্ফোৰণঃ দোষী সাব্যস্ত ছাহানুৰ আলমকে ধৰি অসমৰ ৩ JMB

    ২০১৪ চনৰ ২ অক্টোবৰত সংঘটিত হৈছিল এই বিস্ফোৰণৰ ঘটনা।

    ২০১৯ৰ ২৮ আগষ্টত NIA-ৰ আদালতে বৰ্ধমান বিস্ফোৰণ সন্দৰ্ভত অসমৰ ৩ জন লোকক দোষী সাব্যস্ত কৰে। NIA-এ ঘটনা সন্দৰ্ভত মুঠ ১৯ জন লোকক দোষী সাব্যস্ত কৰে।

    বিস্ফোৰণৰ ঘটনাক লৈ মুঠ ৩০ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। এই ঘটনাটোত সংঘটিত হৈছিল ২০১৪ চনৰ ২ অক্টোবৰত। ১৯ জন অভিযুক্তৰ ৪ জন বাংলাদেশী নাগৰিক।

    অভিযুক্ত ছাইখুল ইছলাম খান ওৰফে ছাইফুল ইছলাম খান ওৰফে আব্দুল্লা বৰপেটাৰ কাহিকুচিৰ, ছাহানুৰ আলম বৰপেটাৰ চাটলা গাঁৱৰ আৰু ছাহিদুল ইছলাম একেখন জিলাৰে বাসিন্দা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING