Skip to content

বিশ্বনাথত ভয়ংকৰ দুৰ্ঘটনাত এজনে হেৰুৱালে প্ৰাণ, ৭জন আঘাতপ্ৰাপ্ত

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

বিশ্বনাথৰ সাধাৰুত ভয়ংকৰ পথ দুৰ্ঘটনা, ৪ লুটি খাই ৰাজপথৰ ওপৰতে বাগৰি পৰিল এখন ছুম’ গল্ড বাহন। এই ভয়ংকৰ দুৰ্ঘটনাৰ ফলত গাড়ী চালক কালুৰ থিতাতে মৃত্যু হোৱাৰ গুৰুতৰভাৱে আহত বাহনখনত থকা ৭জনকৈ লোক।

বিশ্বনাথৰ সাধাৰুৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। অৰুণাচলৰ পৰা আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে বাগৰি পৰে বাহনখন।

গুৰুতৰভাৱে আহতকেইজনৰ নাম ক্ৰমে মইনা বড়ো, লামু পাদা, সঞ্জয় সাগৰ, চুম্পী গুম্পা, মইনা টানা, প্ৰেমা লাজু আৰু ৰিমজিম লাহমু। আহতসকলক সম্প্ৰতি চিকিত্সাধীন হৈ আছে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp