Skip to content

দেৰগাঁৱৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
মৃত যুৱক জন দেৰগাঁৱৰ জেলেহুৱাৰ সঞ্জীৱ বৰা। JMCHত মৃত্যু হয় সঞ্জীৱৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত সোমাল দ্ৰুতবেগী ছুইফট ডিজায়াৰ। দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল ৪ গৰাকীতকৈ অধিক যাত্ৰী। আহত আটাইকেইজন যাত্ৰীকে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিত্সাধীন যাত্ৰীকেইজনৰ ভিতৰত এজন যুৱকৰ মৃত্যু। মৃত যুৱক জন দেৰগাঁৱৰ জেলেহুৱাৰ সঞ্জীৱ বৰা। JMCHত মৃত্যু হয় সঞ্জীৱৰ।

আনহাতে আহত আনকেইগৰাকী যাত্ৰী বৰ্তমানেও চিকিত্সাধীন JMCH ত। দুৰ্ঘটনাটোৰ ফলত বাহনখন ভাঙি চূৰমাৰ হৈ যায়। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ৰচিৰে টানি বাহনখন উদ্ধাৰ কৰে।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp