Skip to content

মহানগৰীৰ চন্দ্ৰপুৰত ৰে’লৰ খুন্দাত ছাত্ৰৰ মৃত্যু

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
কোনো দুৰ্বৃত্তই কিশোৰটিক হত্যা কৰি পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

মহানগৰীৰ চন্দ্ৰপুৰত ৰে’লৰ খুন্দাত এজন ছাত্ৰৰ মৃত্যু। মৃত ছাত্ৰজনৰ নাম চন্দ্ৰ বাহাদুৰ। গ্লেছিয়াৰ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল চন্দ্ৰ। সাতগাঁৱৰ বাসিন্দা মৃত ছাত্ৰজন।

দেওবাৰে সাতগাঁও প্ৰগতি নগৰত থকা ঘৰৰ পৰা ছাত্ৰজনে চন্দ্ৰপুৰত থকা মাহীয়েকৰ ঘৰত কালী পূজা উপলক্ষে গৈছিল। কিন্তু নিশাই মাহীয়েকৰ ঘৰৰ পৰা ৰে’ললাইনেৰে খোজকাঢ়ি গৈ থকাৰ সময়তে ৰে’লে ছাত্ৰজনক মহতিয়াই নিয়ে। কোনো দুৰ্বৃত্তই কিশোৰটিক হত্যা কৰি পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp