ভাৰতত ৬-৭ বছৰ ধৰি বসবাস কৰি আছো,ভাৰতৰ নাগৰিকত্ব আমাৰ প্ৰাপ্যঃ পাকিস্তানী হিন্দু শৰণাৰ্থী

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
'কা'ই আমাক এক উন্নত জীৱন প্ৰদান কৰিব বুলি আমি আশাবাদী
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

সমগ্ৰ দেশতে কা বিৰোধী প্ৰতিবাদ-আন্দোলন অব্যাহত থকাৰ সময়তে পাকিস্তানী হিন্দু শৰণাৰ্থীসকলে ৰাজস্থানত ‘কা’ৰ সমৰ্থনত সমদল বাহিৰ কৰে। ৰাজস্থানৰ জয়চালমেৰত পাকিস্তানী হিন্দু শৰণাৰ্থীসকলে বাহিৰ কৰে এই সমদল

নাগৰিকত্ব সংশোধনী আইনক লৈ কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে পাকিস্তানী হিন্দু শৰণাৰ্থীসকলে। ‘কা’ই আমাক এক উন্নত জীৱন প্ৰদান কৰিব বুলি আমি আশাবাদী। আমি ভাৰতত ৬-৭ বছৰ ধৰি বসবাস কৰি আছো গতিকে ভাৰতৰ নাগৰিকত্ব আমাৰ প্ৰাপ্য বুলি মত প্ৰকাশ কৰে শৰণাৰ্থীসকলে।

Photo Credit: News Track English

Related Post