28 C
Guwahati
Monday, September 21, 2020
  • Home
  • Videos
  • TIMECAST
More

    Parle-Gৰ বাবে সুখবৰ! লকডাউনৰ মাজতে ৮০ বছৰৰ ৰেকৰ্ড ভংগ

    ১৯৩৮ৰ পৰা সমগ্ৰ দেশতে বিক্ৰী হৈ থকা পাৰলে জিয়ে বিগত ৩ মাহত নতুন ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে। ভাৰতত আটাইতকৈ বিক্ৰী হোৱা বিস্কুতেই হ'ল পাৰলে জি

    ২৪ মাৰ্চৰ পৰা ৭ জুনলৈ অব্যাহত থকা লকডাউনৰ মাজতে পাৰলে জি বিস্কুটে আৰম্ভণিৰে পৰা বৰ্তমানলৈ আটাইতকৈ অধিক বিক্ৰীৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হয়।

    ১৯৩৮ৰ পৰা সমগ্ৰ দেশতে বিক্ৰী হৈ থকা পাৰলে জিয়ে বিগত ৩ মাহত নতুন ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হৈছে।

    মাৰ্কেট শ্বেয়াৰত ৫ শতাংশ উৰ্দ্ধগামী
    ভাৰতত আটাইতকৈ বিক্ৰী হোৱা বিস্কুতেই হ’ল পাৰলে জি।

    যদিও পাৰলে প্ৰডাক্টছ কোম্পানীয়ে উল্লেখ কৰা নাই যে মুঠ কিমান বেছি বিক্ৰী হৈছে, কিন্তু ক’লে যে মুঠ মাৰ্কেট শ্বেয়াৰত ৫ শতাংশ বৃদ্ধি হৈছে।

    লগতে ক’লে যে ৮০ৰ পৰা ৯০ শতাংশ এই গ্ৰোথ কেৱল পাৰলে জিৰ বিক্ৰীৰ বাবে হৈছে।

    কোম্পানীৰ কেটেগৰী হেড ময়ংক শ্বাহে ক’লে যে এয়া অবিশ্বাসযোগ্য।

    মূল্য ৫ টকা হোৱাটোয়ে এটা কাৰণ

    লকডাউনৰ মাজত লোকসকলে ঘৰত আটাইতকৈ অধিক এই বিস্কুটবিধে ৰাখিলে। ৫ টকা মূল্যৰ হোৱা বাবে এই বিস্কুটবিধ আটাইতকৈ বেছি সুলভ মূল্যৰ।

    লগতে লকডাউনৰ মাজত যিসকল লোক অভাৱত ভুগিছিল, সেইসকল লোকৰ মাজতো আটাইতকৈ অধিক পাৰলে জি বিস্কুটে বিতৰণ কৰা হৈছিল।

    ইফালে লকডাউনৰ মাজতো দূৰণিবটীয়া গাওঁ আৰু চহৰসমূহত এই বিস্কুটবিধ উপলব্ধ কৰোৱা হৈছিল। ৰিটেল আউটলেটছত এই বিস্কুট শেষ হোৱাৰ দিনাৰ পৰা এসপ্তাহৰ ভিতৰত প্ৰেৰণ কৰা হৈছিল।

    যিসকল লোকে ব্ৰেড ক্ৰয় কৰিব পৰা নাছিল সেইসকলে পাৰলে জি ক্ৰয় কৰিছিল।

    ময়ংক শ্বাহে ক’লে যে লকডাউনৰ মাজত পাৰলে জি আটাইতকৈ সুলভ মূল্যৰ খাদ্য বস্তু আছিল। বহু লোকে এই বিস্কুটবিধ ৰাতিপুৱাৰ আহাৰ, নিশাৰ আহাৰ আৰু দুপৰীয়াৰ আহাৰ হিচাপে গ্ৰহণ কৰিছিল।

    কেইবাখনো ৰাজ্যই পাৰলে জি অধিক উপলব্ধ কৰিবৰ বাবে আমাক জনাইছিল।

    কেইবাটাও NGOয়ে বিতৰণ কৰিবলৈ ক্ৰয় কৰিছিল। আমি ২৫ মাৰ্চৰ পৰা অব্যাহত ৰাখিছিলো বিস্কুটৰ উত্পাদন।

    দেশত ১৩০টা ফেক্টৰী
    ভাৰতত পাৰলে প্ৰডাক্টছৰ মুঠ ১৩০টা ফেক্টৰী আছে, ইয়াৰে ১২০টাত দৈনন্দিন উত্পাদন হৈ আছিল।

    বৰ্তমানেও চিপছ, চকলেট আৰু ছফ্ট ড্ৰিংকৰ তুলনাত পাৰলে জি বিস্কুট সুলভ মূল্যৰ।

    Photo credit: The Better India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam Government to Begin ‘COVID-19 AG Test’, Results Within Hours: says Sarma

    To disburse the test reports in a faster manner, Sarma also highlighted the launching of a new COVID specific websites - covidassam.in.

    Homecoming Of Maa Durga: Everything You Need To Know About Mahalaya

    While there are many folklore associated with the ocassion, layman believe that on Mahalaya, the goddess deity is being invoked to her paternal home(earth) from Kailash along with her children

    When Sonowal, Himanta Refused To Cut PM Modi’s Birthday Cake

    arlier this week, Himanta Biswa Sarma donated blood at the Gauhati Medical College and Hospital as part of the seva

    I’ll not join active politics: Barsha Rani Bishaya

    During the anti CAA movements in the state, Barsha was actively involved in the protests and participated in several protest events

    Allow Kin to Perform Last Rites of Covid Victims: Calcutta High Court

    The court said that the right to dignity is not only available to a living person but also to his body after his demise

    NFR opens New Stations for Handling Goods Traffic

    Few more railway stations have been opened for freight traffic during last month enabling easier transportation of various goods by customers

    PM Modi to virtually address the students of IIT Guwahati on Sep 22

    The IITG will host its 22nd Convocation virtually on Tuesday in which the Prime Minister will be addressing the students as the Chief Guest.