23 C
Guwahati
Tuesday, May 18, 2021
More

    ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল “কিয়াৰস্কুৰ”, পাৰ্থজিত বৰুৱালৈ সন্মান

    মুম্বাইত হোৱা এক অনুষ্ঠানত তথ্যচিত্ৰ “কিয়াৰস্কুৰ”ৰ বাবে পাৰ্থজিত বৰুৱালৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান।

    মুম্বাইৰ আন্ধেৰী ইষ্টত অনুষ্ঠিত হৈছিল সপ্তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেল। আৰু এই ফেষ্টিভেলতে “কিয়াৰস্কুৰ” নামৰ তথ্যচিত্ৰখনৰ বাবে পাৰ্থজিত বৰুৱাক আগবঢ়োৱা হয় শ্ৰেষ্ঠ পৰিচালকৰ বঁটা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING