30 C
Guwahati
Thursday, August 6, 2020
  • Home
  • Videos
  • TIMECAST
More

    কৰ’ণা সন্ত্ৰাসৰ মাজতে বিশ্বনাথত কোৱাৰাণ্টাইনত থকা ব্যক্তি গৈছে মৰ্ণিং ৱাকলৈ

    সম্প্ৰতি ৰাজ্যৰ কেইবাটাও কোৱাৰাণ্টাইন চেণ্টাৰত বহিঃৰাজ্যৰ পৰা অহা লোকৰ মাজত ব্যাপক ভাৱে বৃদ্ধি পাইছে কভিড-১৯ পজিটিভৰ সংখ্যা। ৰাজ্যত ১০০ৰ ওপৰ কভিড আক্ৰান্ত ব্যক্তি বাহিৰৰ পৰাই অহা। তেনে এক জটিল সময়তে বিশ্বনাথৰ এটা কোৱাৰাণ্টাইন চেণ্টাৰে নিদ্ৰাহৰণ কৰিছে স্থানীয় ৰাইজৰ।

    এই অদ্ভূত কাণ্ড সংঘটিত হৈছে বিশ্বনাথৰ বাপুজি হাইস্কুলত সাজু কৰা কোৱাৰাণ্টাইন চেণ্টাৰত। চেণ্টাৰটোৰ পৰাই নীতি নিয়ম ভংগ কৰি একাংশ ব্যক্তি ওলাই যোৱাৰ এক গুৰুত্বৰ অভিযোগ স্থানীয় ৰাইজৰ। আনকি চেণ্টাৰটোত যোগান ধৰা খাদ্য বস্তুৰ পেকেট সমূহ বিভিন্ন ঠাইত দলিয়াই পেলাইছে ইয়াত থকা ব্যক্তি সকলে।

    লগতে সেই পেকেট সমূহ জীৱ জন্তুৱে বিভিন্ন ঠাইত লৈ গৈ সিঁচৰতি কৰিছে। যাৰ বাবে এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আনকি চেণ্টাৰটোৰ চাৰিওকাষ খোলা। নাই কোনো ধৰণৰ বেৰ। ফলত এই চেণ্টাৰৰ পৰা আৰক্ষীৰ চকুত ধুলি দি যিকোনো মুহুৰ্ত্বতে অন্তৰ্ধান হ’ব পাৰে কোৱাৰেণ্টাইনত থকা ব্যক্তি।

    Photo credit: @sayanika-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam’s Pranay Kalita killed in Manipur Ambush

    Assam chief minister Sarbananda Sonowal also expressed his condolence for Kalita and the bereaved family

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    Breaking: ULFA (I), MNPF & RPF claim responsibility of Manipur ambush

    An Assam Rifle personnel from Assam’s Barpeta district identified as Pranay Kalita was also killed in the ambush

    CM Sonowal renews the dream of a bridge in Majuli

    Construction of a bridge to connect Majuli with rest of the outside world was one of the promises made by the BJP during the 2016 assembly elections.