17 C
Guwahati
Friday, December 13, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড জালিয়াতি কৰি লোণ দিয়া প্ৰতিষ্ঠান, প্ৰতিবাদকাৰীৰে হতাহতি...

    ভোটাৰ কাৰ্ড আৰু পান কাৰ্ড জালিয়াতি কৰি লোণ দিয়া প্ৰতিষ্ঠান, প্ৰতিবাদকাৰীৰে হতাহতি আৰক্ষীৰ

    'ফিউজন 'নামৰ মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানটোৰ লুণ্ঠন আৰু জালিয়াতিৰ বিৰুদ্ধে কৰে এই প্ৰতিবাদ

    এটা মাইক্র’ফাইনেন্স প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদক লৈ উত্তাল পৰিৱেশ যোৰহাটত। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি। ‘ফিউজন ‘নামৰ মাইক্ৰ’ফাইনেন্স প্ৰতিষ্ঠানটোৰ লুণ্ঠন আৰু জালিয়াতিৰ বিৰুদ্ধে কৰে এই প্ৰতিবাদ।

    সাধাৰণ জনতাৰ ভোটাৰ কাৰ্ড আৰু পান কাৰ্ডৰ জালিয়াতিৰে লোণ দিয়াৰ অভিযোগ মাইক্ৰ’ফাইনেন্স কোম্পানিটোৰ বিৰুদ্ধে। এই সন্দৰ্ভত আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ। ওলোটাই কোম্পানীটোৰ প্ৰৱেশদ্বাৰতে প্ৰতিবাদকাৰীক ভেটা দি ৰক্ষণাবেক্ষণ জালিয়াতি কৰা কোম্পানীক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time