22 C
Guwahati
Sunday, November 17, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar ৰাষ্ট্ৰীয় এয়া জয়-পৰাজয়ৰ কথা নহয়; অযোধ্যা বিবাদৰ ৰায় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

    এয়া জয়-পৰাজয়ৰ কথা নহয়; অযোধ্যা বিবাদৰ ৰায় সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদী

    এই ৰায়দানে এই সূচাই যে যিকোনো এটা বিবাদ সমাধানৰ বাবে আইনী প্ৰক্ৰিয়া পালন কৰাটো কিমান প্ৰয়োজন

    অযোধ্যা বিবাদক লৈ ঐতিহাসিক ৰায়দান দিলে উচ্চতম ন্যায়ালয়ে। ৰায়দানৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দীতে কৰিলে টুইট। টুইটাৰযোগে তেওঁ ক’লে যে এই সিদ্ধান্তক কোনোৱে জয় বা পৰাজয়ৰ দৃষ্টিৰে প্ৰত্যক্ষ কৰাটো উচিত নহয়।

    ৰামভক্তি হওক বা ৰহীমভক্তি, এইটো সময় আমাৰ সকলোৰে বাবে ভাৰতভক্তিৰ ভাৱনাক শক্তিশালী কৰিব লাগে। ‘দেশবাসীলৈ মই আবেদন জনাও যে শান্তি আৰু একতা বজাই ৰাখক।’

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন এটা টুইটত লিখিলে যে, উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ। এই ৰায়দানে এই সূচাই যে যিকোনো এটা বিবাদ সমাধানৰ বাবে আইনী প্ৰক্ৰিয়া পালন কৰাটো কিমান প্ৰয়োজন।

    লগতে তেওঁ ক’লে যে আজিৰ ৰায়দানৰ পিছত ১৩০ কোটি ভাৰতীয়ই দেশত বজাই ৰাখিছে শান্তি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    OPINION

    ভাড়াঘৰ…ভাড়াতীয়া আৰু মালিকপক্ষ… মহানগৰীৰ ভাড়াঘৰত কিমান সুৰক্ষিত আপুনি ?

    গুৱাহাটী মহানগৰীত বৰ্তমান এক সমস্যাৰূপে থিয় দি