সমগ্ৰ বিশ্বকে ত্ৰাসিত কৰিছে কৰ’ণা ভাইৰাছে। এই মাৰাত্মক ভাইৰাছবিধৰ সংক্ৰমণ কমক চাৰি বাঢ়িছেহে। ভাৰততো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণাত মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা।
আজি পুনৰ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। দিনৰ ১১ বজাত প্ৰধানমন্ত্ৰীয়ে জনতাক কৰিব সম্বোধন। ৰেডিঅ’যোগে প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠান। কৰ’ণাক লৈ মোদীয়ে পুনৰ কৰিব পাৰে গুৰুত্বপূৰ্ণ ঘোষণা।
Photo Credit: The Print