21 C
Guwahati
Wednesday, December 11, 2019
  • Home
  • Videos
  • T8 Radio
More
    Home Khabar অসম CAB সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য গুৰুত্বহীনঃ প্ৰফুল্ল কুমাৰ মহন্ত

    CAB সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য গুৰুত্বহীনঃ প্ৰফুল্ল কুমাৰ মহন্ত

    ৮৫৫ জন ছহিদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰ হোৱা অসম চুক্তি মতে কাম নকৰি কেন্দ্ৰীয় চৰকাৰে নিজ লাভৰ বাবে কাম কৰি আছে বুলিও বিজেপিক কটাক্ষ প্ৰফুল্ল কুমাৰ মহন্তৰ

    হিমন্তৰ কেবিনেটৰ সদস্য, কেব সম্পৰ্কত হিমন্তৰ মন্তব্য গুৰুত্বহীন, এই বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ।

    প্ৰফুল্ল কুমাৰ মহন্তই CABৰ সদায় বিৰোধিতা কৰি যাব বুলিও মন্তব্য় কৰে। CAB আহিলে অসম চুক্তি লাঘৱ হোৱাৰ লগতে বিদেশীক স্বদেশী কৰা হ’ব বুলি মতপ্ৰকাশ কৰে মহন্তই।

    ৮৫৫ জন ছহিদৰ কেঁচা তেজৰ বিনিময়ত স্বাক্ষৰ হোৱা অসম চুক্তি মতে কাম নকৰি কেন্দ্ৰীয় চৰকাৰে নিজ লাভৰ বাবে কাম কৰি আছে বুলিও বিজেপিক কটাক্ষ প্ৰফুল্ল কুমাৰ মহন্তৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time