29 C
Guwahati
Friday, September 25, 2020
  • Home
  • Videos
  • TIMECAST
More

    জুবিন-অখিলৰ আশু আৰোগ্য কামনা কৰি যোৰহাটত এগৰাকী মহিলা পদপথ ব্যৱসায়ীৰ নিৰৱচিন্ন প্ৰাৰ্থনা

    জুবিন অসুস্থ হোৱাৰ দিনাৰে পৰা এনেদৰে পুৱাই দোকান খোলাৰ আগতে নেদেখাজনৰ ওচৰত এগছি বন্তি জ্বলাই জনপ্ৰিয় গায়কজনৰ আশু আৰোগ্য কামনা কৰি আহিছে

    জনপ্রিয় গায়ক জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ শিৰে শিৰে সোমাই আছে। সেইয়ে জুবিন অসুস্থ হৈ পৰাৰ লগে লগে প্ৰতিজন অসমীয়াই জনপ্ৰিয় গায়কজনৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত জনায় আহিছে প্ৰাৰ্থনা। কিন্তু এক ব্যতিক্রমী দৃশ্য দেখিবলৈ পোৱা গ’ল যোৰহাটত। এগৰাকী পদপথৰ মহিলা ব্যৱসায়ীয়ে জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰি নিৰৱচিন্নভাৱে ভগৱানৰ ওচৰত কৰি আহিছে প্ৰাৰ্থনা। নাম জানমনি বৰা, ঘৰ যোৰহাটৰ বহতিয়া গাঁৱত। যোৰহাট জিলা উপায়ুক্তকৰ কাৰ্য্যালয়ৰ সন্মুখত এখন পাণ-তামোলৰ দোকান দি পেট পৰ্ৱতাই আহিছে।

    সাংঘাতিক ধৰণৰে জুবিনৰ অনুৰাগী এই মহিলাগৰাকী। সেয়েহে জুবিন অসুস্থ হোৱাৰ দিনাৰে পৰা এনেদৰে পুৱাই দোকান খোলাৰ আগতে নেদেখাজনৰ ওচৰত এগছি বন্তি জ্বলাই জনপ্ৰিয় গায়কজনৰ আশু আৰোগ্য কামনা কৰি আহিছে। লগতে অসমৰ আন এক প্ৰতিবাদী সত্তা অখিল গগৈৰো আশু আৰোগ্য কামনা কৰিছে যোৰহাটৰ জানমনি বৰাই। সেয়ে এক কথাত ক’বলৈ গ’লে কি ধনী কি দুখীয়া, আবাল, বৃদ্ধা, বনিতা সকলোৰে বাবে জুবিন সমান, সঁচাকৈয়ে সকলোৰে হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ।

    Input & Photo: Rituraj Phukan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam Government to Begin ‘COVID-19 AG Test’, Results Within Hours: says Sarma

    To disburse the test reports in a faster manner, Sarma also highlighted the launching of a new COVID specific websites - covidassam.in.

    PM Modi to virtually address the students of IIT Guwahati on Sep 22

    The IITG will host its 22nd Convocation virtually on Tuesday in which the Prime Minister will be addressing the students as the Chief Guest.

    Rape Cases Rising in Assam: Over 9000 cases registered since 2015

    On Friday also, one woman from Musalpur area in Baksa district was allegedly raped by one Prashanta Rabha

    PM Modi dedicates Historic Kosi Rail Mega Bridge to Nation

    The Kosi Mega Bridge line project was sanctioned by the government of India during 2003-04. The Kosi Rail Mahasetu is 1.9 KM long

    AAP takes final decision to contest the 2021 Assam polls

    AAP national observer Rajesh Sharma, accompanied by Choudhury, toured the entire state from September 2 to 16.

    Construction of Biswanath Medical College will begin in December: Government

    Assam’s health minister Himanta Biswa Sarma has already released the aerial and ground view of the proposed Biswanath Medical College.

    BREAKING: SEBA Top Official Arrested on Graft Charges

    The team also found many questionable and important documents during the search operation