নগাঁৱত আছুৰ উদ্যোগত CAA বিৰোধী প্ৰতিবাদ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
'বিজেপি চৰকাৰ হায় হায়' ধ্বনিৰে উত্তাল কৰি তোলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

নগাঁৱৰ পুৰণিগুদামত আছুৰ উদ্যোগত CAA বিৰোধী প্ৰতিবাদ। আছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদত অংশগ্ৰহণ সহস্ৰাধিক স্থানীয় ৰাইজৰ।

নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ আছু নেতৃত্বৰ। ‘বিজেপি চৰকাৰ হায় হায়’ ধ্বনিৰে উত্তাল কৰি তোলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

Photo: Time8

Related Post