নিজ সমষ্টিতে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি থু পেলালে প্ৰতিবাদকাৰীয়ে

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
সৰ্বানন্দ সোণোৱাল 'ৱাৰ্ক থু' ধ্বনিৰে কঁপালে মাজুলী
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo: Time8

নিজ সমষ্টিত মাজুলীতে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিত থু পেলাই প্ৰতিবাদ সাব্যস্ত কৰিলে মাজুলীৰ গাভৰুৱে। জাকে জাকে গাভৰুৱে থু পেলাই মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি গচকিলে। লোকসভাত কেব উত্থাপন হোৱাৰ পিছতেই মাজুলীবাসী ওলাই অাহিল প্ৰতিবাদলৈ।

Time8

গড়মূৰত জ্বলাই দিলে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি। সৰ্বানন্দ সোণোৱাল ‘ৱাৰ্ক থু’ ধ্বনিৰে কঁপালে মাজুলী। প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে গড়মূৰৰ পৰা ওলাল জোৰ সমদল। মাজুলীৰ বিভিন্ন অঞ্চলৰ লোক ওলাই আহি প্ৰতিবাদস্থলীলৈ।

Related Post