28 C
Guwahati
Sunday, September 12, 2021
More

    মোদীৰ পিছত Man vs Wildত এইবাৰ ৰজনীকান্ত

    দৃশ্যগ্ৰহণৰ বাবে বিয়াৰ গ্ৰীলছ আৰু ৰজনীকান্ত উপস্থিত হৈছে কৰ্ণাটকৰ বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানত

    ডিস্ক’ভাৰি চেনেলৰ অতিকৈ জনপ্ৰিয় অনুষ্ঠান Man vs Wildত এইবাৰ বিয়াৰ গ্ৰীলছৰ সৈতে দেখা পোৱা যাব দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্তক। ইয়াৰ পূৰ্বে ২০১৯ চনৰ আগষ্টত Man vs Wildত বিয়েৰ গ্ৰীলছৰ সৈতে এটা বিশেষ খণ্ডত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

    Photo Credit: .abplive.com

    সেই অনুষ্ঠানটো উত্তৰাখণ্ডৰ জীম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যানত দৃশ্যগ্ৰহণ কৰা হৈছিল। এইবাৰ Man vs Wildৰ এক বিশেষ অনুষ্ঠানৰ দৃশ্যগ্ৰহণৰ বাবে বিয়াৰ গ্ৰীলছ আৰু ৰজনীকান্ত মঙলবাৰে উপস্থিত হৈছে কৰ্ণাটকৰ বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যানত। এই বিশেষ খণ্ডটি উপভোগ কৰিবৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে ৰজনীকান্তৰ অনুৰাগীসকলে।

    Photo Credit:newsroompost.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING