Skip to content

‘ৰামায়ন’ক লকডাউনে ৩২ বছৰৰ পিছত ঘূৰাই আনিলে টেলিভিছনলৈ

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
১৯৮৭ৰপৰা ১৯৮৮ লৈ ডিডি নেশ্যনেল যোগে সম্প্ৰচাৰ হৈছিল এই ভক্তিমূলক চিৰিয়েল
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

দেশবাসীৰ বিপুল দাবীত এই লকডাউনৰ সময়ত কাইলৈৰ পৰা দৰ্শকে টেলিভিছনত চাব পাৰিব ৰামায়ণ৷ সুদীৰ্ঘ ৩২ বছৰৰ মুৰত দুৰদৰ্শন যোগে যাব পাৰিব এই অনুষ্ঠান৷ পুৱা আৰু সন্ধিয়া দুটা সময়ত সম্প্ৰচাৰ হব এই অভিলেখ সৃষ্টিকাৰী অনুস্থান৷

কাইলৈ ২৮ মাৰ্চ ২০২০ৰ পুৱা ৯টাৰ পৰা ১০টা লৈ আৰু সন্ধিয়াও ৯টাৰ পৰা ১০টা লৈ সম্প্ৰচাৰিত হব এই অনুষ্ঠান৷ DD National যোগে সম্প্ৰচাৰিত হব লগীয়া এই অনুষ্ঠানৰ বিষয়ে জনাই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিগভাগৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰে৷

উল্লেখ্য যে ১৯৮৭ৰপৰা ১৯৮৮ লৈ ডিডি নেশ্যনেল যোগে সম্প্ৰচাৰ হৈছিল এই ভক্তিমূলক চিৰিয়েল৷ এই ৰামায়ন চিৰিয়েল খনেই সমগ্ৰ বিশ্বত সকলোতকৈ অধিক উপভোগ কৰা ভক্তিমূলক চিৰিয়েল হিচাপে গীনিজ ৱৰ্ড ৰেকৰ্ডত নাম সন্নিৱিষ্ট হৈছিল৷

Photo Credit :bestoftheyear.in

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp