Skip to content

তেজপুৰত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ৪জন যুৱক

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
জুবিন একাদশ আৰু তেজপুৰ সাংবাদিক একাদশৰ মাজত অনুষ্ঠিত হোৱা ফুটবল খেল চাই উভতি আহি আছিল যুৱককেইজন
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
Photo : Time8
Photo : Time8

তেজপুৰত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত ৪জন যুৱক। তেজপুৰ তেলেৰীয়াত সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ থকা ফুটবল খেলখনত সোমবাৰে জুবিন একাদশ আৰু তেজপুৰ সাংবাদিক একাদশ মাজত অনুষ্ঠিত হোৱা খেলখন চাই AS-01 AV-9959 নম্বৰৰ টাটা মাঞ্জা গাড়ীখনেৰে ঘূৰি আহি থাকোতে পিঠাখোৱা বৰডুবিয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মৃত্যুদূত হিচাপে ৰৈ থকা ট্ৰাকত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুণ্ডা মৰাত ৪জনকৈ যুৱকৰ মৃত্যু হয়।

Photo : Time8

মৃত যুৱক কেইজনৰ নাম মৃদুল শইকীয়া, উজ্জ্বল কুৰ্মী, গৌতম দাস আৰু জয়ন্ত নাথ। মৃদুল শইকীয়া, উজ্জ্বল কুৰ্মী, গৌতম দাসৰ ঘৰ টুমকীত আৰু জয়ন্ত নাথৰ ঘৰ ৰঙামাটিত।

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp