Skip to content

দৰঙত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো হোৱা বুলি সন্দেহ কৰা হৈছে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

দৰঙৰ দলগাঁৱত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চাইকেলেৰে গৈ থকা অৱস্থাত গাড়ী এখনে খুন্দিওৱাত মৃত্যু হয় নাৰায়ন সেন(৬৫) নামৰ লোক এজনৰ৷

ব্যক্তিজনৰ ঘৰ দলগাঁৱত ৷ ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটো হোৱা বুলি সন্দেহ কৰা হৈছে৷ দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

Photo Credit : kttn.com

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp