29 C
Guwahati
Tuesday, August 11, 2020
  • Home
  • Videos
  • TIMECAST
More

    শোকাৱহ দুৰ্ঘটনা; ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ’ল দুগৰাকী কিশোৰীৰ

    ব্ৰহ্মপুত্ৰ নৈৰ পৰা অবৈধ বালি খনন কৰি কঢ়িয়াইছিল ট্ৰেক্টৰখনে

    লকডাউনৰ মাজতে ছয়গাঁৱৰ জোৰশিমুলীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ চেপাত থিতাতে প্ৰাণ হেৰুৱাই দুগৰাকী কিশোৰীয়। লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গৈছে আন এগৰাকী কিশোৰী।

    নিজ বাসগৃহৰ সন্মুখতে খেলি থকা সময়তে সংঘটিত হয় এই অঘটন। নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে ট্ৰেক্টৰখনে সংঘটিত কৰে দুৰ্ঘটনা। জানিব পৰা মতে নিহত কিশোৰী দুগৰাকীৰ নাম নাৰ্জিমা আখতাৰ আৰু নাচিমা আখতাৰ।

    নাচিমা আখতাৰাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ অনাৰ পথতে মৃত্যু হয়। লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে হাচিনা আখতাৰ। আঘাতপ্ৰাপ্ত হাচিনা বৰ্তমানে গৰৈমাৰী সামুহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন। তিনিও কিশোৰী সম্পৰ্কত বায়েক ভনীয়েক আছিল। ব্ৰহ্মপুত্ৰ নৈৰ পৰা অবৈধ বালি খনন কৰি কঢ়িয়াইছিল ট্ৰেক্টৰখনে। জোৰশিমুলী আৰক্ষীয়ে ইতিমধ্যে আটক কৰে ট্ৰেক্টৰ চালকক।

    Photo Credit: @manimala-deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    How did Sonowal violate COVID 19 protocol? Asks Debabrata Saikia

    Large numbers of people were seen attending the program and the CM himself was allegedly seen not maintaining 'social distancing’

    Lord Ram to unite the world: PM Modi

    Chanting ‘Jai Siyaram’ in between his speech, Modi said, “People from across the world will visit the grand Ram Mandir to witness Lord Shri Ram and mother Janaki. As such, it will connect India with the rest of the world.”

    Dispur issues ‘proposed guideline’ for imparting informal education, seek opinions

    The Commissioner and Secretary to the government of Assam, Education (elementary, secondary and higher) Department, in a direction issued to the Mission Director, Sarba Siksha Abhijan, Assam also sought public views on the guideline on or before 20th August.