Skip to content

দিল্লীত কৰ’ণাই প্ৰাণ ল’লে এজনৰ;দেশৰ ৰাজধানীত মৃত্যুৰ সংখ্যা ২লৈ বৃদ্ধি

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ইয়াৰ পূৰ্বে ৬৮ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হৈছিল দিল্লীত
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

সমগ্ৰ বিশ্বজুৰি প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰততো কৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতিদিনে।

কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ এইবাৰ মৃত্যুক আঁকোৱালি ল’লে দিল্লীৰ এজন ৬০ বছৰীয়া লোকে। ২৪ মাৰ্চত লোকজনৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত তেওঁক আছুতীয়াকৈ ৰাখি চিকিৎসা চলাই থকা হৈছিল।

ইয়াৰ পূৰ্বে ৬৮ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হৈছিল দিল্লীত। ইয়াৰ লগে লগে দিল্লীত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ২লৈ।

Photo Credit: Quartz

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp