21 C
Guwahati
Sunday, April 11, 2021
More

    দোষীক ক্ষমা কৰি দিয়াৰ আৱেদনক লৈ নিৰ্ভয়াৰ মাতৃয়ে ক’লে- ইন্দিৰা জয়সিং কোন হয় এনেকুৱা উপদেশ দিবলৈ?

    জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে টুইট কৰিছিল যে, 'মই আশা দেৱীৰ দুখ বুজি পাও। তথাপিও তেওঁক আৱেদন জনাও যে তেওঁ ছোনিয়া গান্ধীৰ উদাহৰণৰ অনুসৰন কৰক, যিয়ে নলিনীক ক্ষমা কৰিছিল

    জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে নিৰ্ভয়াৰ মাতৃলৈ আৱেদন জনালে যে তেওঁ ছোনিয়া গান্ধীৰ দৰে নিৰ্ভয়াৰ দোষীক ক্ষমা কৰি দিয়ে। ইয়াকে লৈ নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে ক’লে যে এনেধৰণৰ উপদেশ প্ৰদান কৰিবলৈ ইন্দিৰা জয়সিং হয় কোন? তেওঁৰ বাদে সমগ্ৰ দেশে দোষীক ফাঁচী দিয়াৰ সিদ্ধান্তৰ সপক্ষে মাত মাতি আছে। নিৰ্ভয়াৰ মাতৃয়ে কৈছিল যে মোৰ কন্যাৰ মৃত্যুক লৈ কিয় সকলোৱে খেলি আছে।

    জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙে টুইট কৰিছিল যে, ‘মই আশা দেৱীৰ দুখ বুজি পাও। তথাপিও তেওঁক আৱেদন জনাও যে তেওঁ ছোনিয়া গান্ধীৰ উদাহৰণৰ অনুসৰন কৰক, যিয়ে নলিনীক ক্ষমা কৰিছিল আৰু লগতে ক’লে যে তেওঁ দোষীকেইটাৰ বাবে মৃত্যুদণ্ড নিবিচাৰে। আমি আপোনাৰ লগত আছু কিন্তু মৃত্যুদণ্ডৰ বিৰোধিতা কৰিছো।

    উল্লেখ্য যে পাটিয়ালা হাউছ ক’ৰ্টে নিৰ্ভয়াৰ ৪ দোষীৰ বাবে নতুনকৈ ডেথ ৱাৰেণ্ট জাৰি কৰিছে। নিৰ্ভয়াৰ ৪ দোষী পৱন গুপ্তা, বিনয় শৰ্মা, মুকেশ আৰু অক্ষয় সিঙক ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী দিয়া হ’ব। এই ফাইনেল তাৰিখটো মান্য নহ’বও পাৰে যদি যিকোনো এটা পক্ষৰ ক্ষমা আৱেদন স্থগিত হৈ থাকে তেন্তে ৪ দোষীৰ ফাঁচী হ’ব।

    ইয়াৰ পূৰ্বে দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে ২০২০ৰ ৭ জনুৱাৰীত ৪ দোষীৰ ডেথ ৱাৰেণ্ট জাৰি কৰিছিল। ২২ জানুৱাৰীত পুৱা ৭ বজাত দোষীক ফাঁচী দিয়াৰ আদেশ প্ৰদান কৰিছিল।

    Photo credit: opindia.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Jorhat Admin enforces section 144 CrPC amid surge in COVID-19 cases

    Six new people were tested positive to COVID-19 in Jorhat on Monday

    Assam: Writer Sikha Sarma receives rape threat in Facebook

    Rongmon Nath, a student of Gauhati University, made derogatory remarks against Sikha Sarma in a Facebook post.

    Assam’s CRPF Jawan Bablu Rabha martyred in fierce Maoist attack in Chhattisgarh

    The news of martyred Bablu Rabha was mourned across the state of Assam amidst the state polls

    Dima Hasao: 5 polling officials suspended after EVM raised 181 votes against 90 voters

    A total of 171 votes were raised in an electronic voting machine (EVM) against 90 voters in Dima Hasao’s 16 Haflong (ST) LA constituency.

    Assam Phase III Polls: Fate of 337 candidates in fray including 25 women

    Election Commission of India is ready to conduct polling at 11,401 centers

    Miscreants silt throat of businessman in Guwahati city

    So far none have been arrested in connection to the matter; however, the police investigation is on