28 C
Guwahati
Thursday, October 1, 2020
  • Home
  • Videos
  • TIMECAST
More

    মই জুবিন গাৰ্গৰ লগত নাই, মোৰ নিজৰ বিবেক আছে- কিয় ক’লে বিদ্যাসাগৰে?

    'আমি গান গোৱা মানুহ গান গাব লাগে। এইবোৰ অন্য বিষয়।' বিদ্যাসাগৰৰ মন্তব্যক লৈ আৰম্ভ হৈছে চৰ্চা

    CAB আহি আছে। CAB সন্দৰ্ভত কণ্ঠশিল্পী বিদ্যা সাগৰৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। জুবিন গাৰ্গৰ আহ্বানক সঁহাৰি নজনায় কণ্ঠশিল্পী বিদ্যা সাগৰে। ‘জুবিনৰ এয়া ব্যক্তিগত কথা। আমি গান গোৱা মানুহ গান গাব লাগে। এইবোৰ অন্য বিষয়।’ এক প্ৰকাৰ CABক পৰোক্ষ ভাৱে সমৰ্থন কৰি কথা ক’লে বিদ্যা সাগৰে। জুবিন গাৰ্গৰ লগত নাই বিদ্যা সাগৰ। মোৰ নিজৰ বিবেক আছে জুবিনৰ আহ্বানৰ লগত মোৰ কোনো কথা নাই।

    Video Credit: Time8

    হাজোৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিদ্যা সাগৰৰ এই মন্তব্য। উল্লেখ্য় যে ‘কেব বাতিল হ’বই লাগিব, কোনো কাৰণতেই কেব গৃহীত হ’ব নোৱাৰে, কেব বাতিলক লৈ মই লাগি আছো বুলি মতপ্ৰকাশ কৰিছে জুবিন গাৰ্গে। ৩০ নৱেম্বৰত কটনৰ শিক্ষাৰ্থীসকলে কেবৰ বিৰুদ্ধে জোঁৰ সমদল উলিয়াব। সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছে জুবিন গাৰ্গে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Assam Government to Begin ‘COVID-19 AG Test’, Results Within Hours: says Sarma

    To disburse the test reports in a faster manner, Sarma also highlighted the launching of a new COVID specific websites - covidassam.in.

    Price of Purabi Milk Hiked By Rs 4 Per Litre In Assam

    The new price of 500 ml Purabi Standard Milk will be Rs 27 and 500 ml Purabi Smart Milk will be Rs 25

    Python guards Assam MLA Mrinal Saikia’s residence

    Mrinal Saikia also revealed that the python has been with him for 18 months and now has become his pet. However, it sometimes does attack the chickens in his house

    This Diwali, Perk Up Your Home With These Super Easy Rangoli Designs

    Indians love colours and this love for colors is shown through rangolis

    OC and ASI of Gauripur Police Station Arrested redhanded while taking Bribe

    There were seeral reports that OC and ASI of Gauripur Police Station were involved in various illegal activities

    Assam Police Recruitment Scam: BJP Leader Hides Self; Top Cop on the Run

    CID has raided the residence of a former Assam Police deputy inspector general (DIG) PK Dutta who has emerged as a key accused