26 C
Guwahati
Sunday, October 25, 2020
More

    শিৱসাগৰত ৫১টা মেজিৰে ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি

    শিৱসাগৰৰ হাঁ‌হচৰা চাংমাই গাঁ‌ৱৰ ভোগালী উৎসৱ থলীত প্ৰস্তুতি তুংগত

    নতুন বৰ্ষ অহাৰ লগে লগে আহি পৰিল অসমীয়াৰ চেনেহৰ ভোগালীৰ প্ৰস্তুতি। ৰাজ্যত অব্যাহত থকা ‘কা’ আন্দোলনৰ মাজতে অসমীয়া ৰাইজ আগবাঢ়িছে ভোগালী বিহু উদযাপন কৰিবলৈ। মাজত মাত্ৰ আৰু কেইটামান দিন থকা অৱস্থাত ৰাজ্যৰ কেউফালে দেখিবলৈ পোৱা গৈছে মেজি-ভেলাঘৰ আদি।

    আঘোণ মাহৰ ধাননি চপাই পুহমহীয়া ধাননি পথাৰত ভোগালী বিহুক লৈ প্ৰস্তুতি চলোৱা দেখা গৈছে শিৱসাগৰৰ হাঁ‌হচৰা চাংমাই গাঁ‌ৱতো। হাঁ‌হচৰা চাংমাই গাঁ‌ৱত ভোগালী বিহুক আদৰিবলৈ এইবাৰ সাজি উলিওৱা হৈছে ৫১টাকৈ মেজিৰ লগতে ভেলাঘৰো।পোন প্ৰথম বাৰৰ হাঁ‌হচৰা চাংমাই গাঁ‌ৱৰ ৰাইজে এইবাৰ সমূহীয়াকৈ ভোগালী বিহুৰ লগত সংগতি ৰাখি অহা ১৫আৰু ১৬জানুৱাৰী দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী উদযাপন কৰিবলৈ লৈছে ভোগালী উৎসৱ।

    হাঁ‌হচৰা চাংমাই গাঁ‌ৱৰ ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী, কণমানিৰ লগতে আইতাইও ওলাই আহিছে ভোগালী উৎসৱ থলীলৈ।মুখে মুখে বিহুগীত জুৰিছে ডেকা-বুঢ়া, জীয়াৰী-বোৱাৰী আৰু আইতাই। বিহুগীত গোৱাৰ সমান্তৰালকৈ ভোগালী উৎসৱথলী কাম-কাজ ব্যস্ত হৈ পৰি হাঁ‌হচৰা চাংমাই গাওঁ বাসী।

    Inputs And Photo: @Bikash Arandhora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    COVID-19 curve in Assam starts to flatten; health minister

    The COVID-19 curve in the state has started flattening with the constant fall in positivity rate of the cases, claimed Himanta Biswa Sarma

    CAA will be implemented soon: BJP chief JP Nadda

    The BJP chief said that due to the Covid-19 pandemic, implementation of CAA got delayed

    Like ‘Ravana’ Congress’s Grand Alliance is a set of Heads only: Sarma

    Congress had asked all the anti-Citizenship Amendment Act (CAA) forces to join the ‘grand alliance’ to outnumber the BJP

    IN VIDEO: Assam surgeon grooves to ‘Ghungroo’ song to cheer up patients

    A video of an ENT surgeon from Assam dancing on popular song ‘Ghungroo’ wearing PPE kit has taken over the internet

    CM moves PM over Assam Mizoram border dispute

    Assam CM Sarbananda Sonowal telephoned his Mizoram counterpart Zoramthanga and talked to him about the incident that took place at the border

    NIA files charge sheet against 12 people, including 9 Bangladeshi nationals in human trafficking case

    Ruhul Amin Dhali and 10 other arrested accused had illegally entered India in 1980s and established a prostitution racket in various parts of India

    Assam: Mother-daughter killed in a tragic road accident near Amingaon

    The deceased were identified as Manikjaan and her daughter Sulvi (7) who were on their way home in a two-wheeler vehicle.