33 C
Guwahati
Sunday, October 18, 2020
More

    মুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বা ৰাষ্ট্ৰহীন কৰি হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে চৰকাৰেঃ SMSS

    উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হোৱা এনআৰচি নাকচ কৰাৰ ক্ষমতা কোনো চৰকাৰৰ নাই

    সমগ্ৰ দেশজুৰি NRC প্ৰস্তুত কৰা আৰু সমগ্ৰ দেশৰ লগতে অসমত নতুনকৈ NRCৰ কাম আৰম্ভ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত কৰা ঘোষণাৰ পিছতে তীব্ৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

    ‘অসমত অসম চুক্তিৰ আধাৰ হিচাপে লৈ উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধান আৰু নিৰ্দেশনাত প্ৰস্তুত হোৱা এন আৰ চিক নাকচ কৰাৰ বাবে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰে ষড়যন্ত্ৰ কৰিছে।’- ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামৰ প্ৰতিক্ৰিয়া প্ৰকাশ। আৰু এনে ষড়যন্ত্ৰ ব্যৰ্থ কৰাৰ বাবে অসমবাসীক আহ্বানো জনায়।

    উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্ৰস্তুত হোৱা এনআৰচি নাকচ কৰাৰ ক্ষমতা কোনো চৰকাৰৰ নাই। গতিকে অমিত শ্বাহ, হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনৈতিক নেতাক এনআৰচিক লৈ বিভ্ৰান্তমূলক আৰু বিভাজনমূলক ৰাজনীতি নকৰিবলৈ সঁকিয়াই দিয়ে ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে।

    অসমৰ ৰাইজে যাতে কেবৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিব নোৱাৰে তাৰ বাবে পৰিকল্পিতভাৱে এনআৰচি সম্পৰ্কত বিভ্ৰান্তমূলক আৰু বিভাজনমূলক মন্তব্য প্ৰদান কৰিছে বুলিও ছাত্ৰ নেতাগৰাকীয়ে প্ৰকাশ কৰে। মুছলমান লোকসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বা ৰাষ্ট্ৰহীন কৰি হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Top Cops’ houses raided in connection with Assam Police recruitment scam

    Assam Police have arrested around 50 persons, including former DIG Prasanta Kumar Dutta and BJP leader Diban Deka

    Assam police Exam scam: Police seizes Rs 1.8 crore from Debraj Das

    The Barpeta Police has seized huge amount of money worth Rs 1.8 crore from the house of one railway employee Debraj Das on Monday.

    WWO, All India DOM Parishang stages candle light march in Guwahati

    Seeking justice and fast tracking of all rape case World Women Organisation (WWO) and All India DOM Parishang on Saturday stationed a candlelight march at Dighalipukhuri in Guwahati.

    COVID-19 curve in Assam starts to flatten; health minister

    The COVID-19 curve in the state has started flattening with the constant fall in positivity rate of the cases, claimed Himanta Biswa Sarma

    Serving beef in diet of animals is set by experts and we will stick to it: Parimal Suklabaidya

    Around 30 members of right-wing “activists” on Monday staged about a one-hour dharna outside the zoo right in front of the entrance

    Assam govt issues guidelines for Durga Puja festivities

    Assam government on Tuesday has issued a set of Standard Operating Procedures (SOPs) for Durga Puja celebration this year

    Assam: Health city Hospital organises bike rally to raise awareness on Breast cancer

    On the occasion of International Breast Cancer month, Health City Hospital in Guwahati organised a bike rally to raise awareness against Breast Cancer on Sunday.