21 C
Guwahati
Sunday, April 11, 2021
More

    ভাৰতীয় প্ৰযুক্তিত ডাঙৰ খবৰ;ৰিলায়েন্স জিঅ’ত ৪৩হাজাৰ ৫৭৪কোটি টকা বিনিয়োগ ফেচবুকৰ

    ভাৰতত আছে কমেও ১০০ কোটি মোবাইল ফোন ব্যৱহাৰকাৰী

    ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰত আন এক ডাঙৰ খবৰ। ফেচবুকে ৰিলায়েন্স জিঅ’ত বিনিয়োগ কৰিব ৪৩হাজাৰ ৫৭৪কোটি টকা। ফেচবুকৰ এই ধনৰাশি বিনিয়োগৰ পিছতে ফেচবুকৰ জিঅ’ত শ্বেয়াৰ হ’ব ৯.৯ শতাংশ। ভাৰতীয় প্ৰযুক্তিত এয়া বৃহৎ বিনিয়োগ।

    ফেচবুকে ৰিলায়েন্স জিঅ’ৰ ৯.৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰা বুলি কৰিছে ঘোষণা।ভাৰতত কমেও ১০০ কোটি মোবাইল ফোন ব্যৱহাৰকাৰী আছে।ভাৰতত আছে ফেচবুকৰ বাবে এখন ডাঙৰ বজাৰ।ফেচবুকৰ এই বিনিয়োগৰ পিছতে জিঅ’ৰ ভেলুৱেশ্যন হ’বগৈ ৪.৬২লাখ কোটি টকা।

    ফেচবুক কৰ্তৃপক্ষৰ মতে ৰিলায়েন্স জিঅ’ই ফেচবুকৰ ব্যৱসায় আৰু সংযোগ বৃদ্ধিত এক নতুন মাত্ৰা প্ৰদান কৰিছে।জিঅ’ৰ সৈতে মিলি আৰু অধিক লোকৰ কাষলৈ যোৱাৰ লক্ষ্য ফেচবুকৰ।

    Photo Credit: Business Today

    Published:

    2 COMMENTS

    1. ciproxin 500 mg

      ভাৰতীয় প্ৰযুক্তিত ডাঙৰ খবৰ;ৰিলায়েন্স জিঅ'ত ৪৩হাজাৰ ৫৭৪কোটি টকা বিনিয়োগ ফেচবুকৰ

    2. albuterol inhaler

      ভাৰতীয় প্ৰযুক্তিত ডাঙৰ খবৰ;ৰিলায়েন্স জিঅ'ত ৪৩হাজাৰ ৫৭৪কোটি টকা বিনিয়োগ ফেচবুকৰ

    Comments are closed.

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Jorhat Admin enforces section 144 CrPC amid surge in COVID-19 cases

    Six new people were tested positive to COVID-19 in Jorhat on Monday

    Assam: Writer Sikha Sarma receives rape threat in Facebook

    Rongmon Nath, a student of Gauhati University, made derogatory remarks against Sikha Sarma in a Facebook post.

    Assam’s CRPF Jawan Bablu Rabha martyred in fierce Maoist attack in Chhattisgarh

    The news of martyred Bablu Rabha was mourned across the state of Assam amidst the state polls

    Dima Hasao: 5 polling officials suspended after EVM raised 181 votes against 90 voters

    A total of 171 votes were raised in an electronic voting machine (EVM) against 90 voters in Dima Hasao’s 16 Haflong (ST) LA constituency.

    Assam Phase III Polls: Fate of 337 candidates in fray including 25 women

    Election Commission of India is ready to conduct polling at 11,401 centers

    Miscreants silt throat of businessman in Guwahati city

    So far none have been arrested in connection to the matter; however, the police investigation is on