ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰত আন এক ডাঙৰ খবৰ। ফেচবুকে ৰিলায়েন্স জিঅ’ত বিনিয়োগ কৰিব ৪৩হাজাৰ ৫৭৪কোটি টকা। ফেচবুকৰ এই ধনৰাশি বিনিয়োগৰ পিছতে ফেচবুকৰ জিঅ’ত শ্বেয়াৰ হ’ব ৯.৯ শতাংশ। ভাৰতীয় প্ৰযুক্তিত এয়া বৃহৎ বিনিয়োগ।
ফেচবুকে ৰিলায়েন্স জিঅ’ৰ ৯.৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰা বুলি কৰিছে ঘোষণা।ভাৰতত কমেও ১০০ কোটি মোবাইল ফোন ব্যৱহাৰকাৰী আছে।ভাৰতত আছে ফেচবুকৰ বাবে এখন ডাঙৰ বজাৰ।ফেচবুকৰ এই বিনিয়োগৰ পিছতে জিঅ’ৰ ভেলুৱেশ্যন হ’বগৈ ৪.৬২লাখ কোটি টকা।
ফেচবুক কৰ্তৃপক্ষৰ মতে ৰিলায়েন্স জিঅ’ই ফেচবুকৰ ব্যৱসায় আৰু সংযোগ বৃদ্ধিত এক নতুন মাত্ৰা প্ৰদান কৰিছে।জিঅ’ৰ সৈতে মিলি আৰু অধিক লোকৰ কাষলৈ যোৱাৰ লক্ষ্য ফেচবুকৰ।
Photo Credit: Business Today
ciproxin 500 mg
ভাৰতীয় প্ৰযুক্তিত ডাঙৰ খবৰ;ৰিলায়েন্স জিঅ'ত ৪৩হাজাৰ ৫৭৪কোটি টকা বিনিয়োগ ফেচবুকৰ
albuterol inhaler
ভাৰতীয় প্ৰযুক্তিত ডাঙৰ খবৰ;ৰিলায়েন্স জিঅ'ত ৪৩হাজাৰ ৫৭৪কোটি টকা বিনিয়োগ ফেচবুকৰ