28 C
Guwahati
Monday, October 19, 2020
More

    ‘দেহাটো ঢাকি লোৱা,পিতৃৰ আগত এনেকুৱা কাপোৰ পিন্ধি ওলাবলৈ লাজ লগা নাই নেকি’-সোনমক আক্ৰমণ অনুৰাগীৰ

    সোনমে পিন্ধিছিল ক'লা ৰঙৰ এক আকৰ্ষণীয় পোছাক। কিন্তু সেই পোছাক পিন্ধিয়েই বিপদত পৰিল অভিনেত্ৰীগৰাকী

    বলীউডৰ মোহময়ী অভিনেত্ৰী সোনম পৰিছে অনুৰাগীৰ ৰোষত। সোনম মাজে মাজে বিতৰ্কৰ মাজতো সোমাই পৰে। বলীউডৰ জনপ্ৰিয় দেউতা অনিল কাপুৰৰ সৈতে এক অনুষ্ঠানত গৈছিল সোনম। সোনমে পিন্ধিছিল ক’লা ৰঙৰ এক আকৰ্ষণীয় পোছাক। কিন্তু সেই পোছাক পিন্ধিয়েই বিপদত পৰিল সোনম। পিতৃ-কন্যাই সেই অনুষ্ঠানত কৰিছিল ফটো ছেচন। এই ফটো ভাইৰেল হোৱাৰ পিছত নানা প্ৰশ্নৰ সন্মুখীন হয় সোনম।

    অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰামতো গৈ আক্ৰমণ কৰিছে অনেক লোকে। সোনমক লজ্জাহীন বুলি কোৱাৰ লগতে পিতৃৰ আগত এনেধৰণৰ পোছাক পিন্ধি ওলাবলৈ অলপো সংকোচ হোৱা নাছিল নেকি বুলিও প্ৰশ্ন কৰে। আৰু বহুতো তীক্ষ্ণ মন্তব্যৰে অনিল কন্যাক থকাসৰকা কৰিছে বহুকেইজন লোকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Top Cops’ houses raided in connection with Assam Police recruitment scam

    Assam Police have arrested around 50 persons, including former DIG Prasanta Kumar Dutta and BJP leader Diban Deka

    COVID-19 curve in Assam starts to flatten; health minister

    The COVID-19 curve in the state has started flattening with the constant fall in positivity rate of the cases, claimed Himanta Biswa Sarma

    Assam govt issues guidelines for Durga Puja festivities

    Assam government on Tuesday has issued a set of Standard Operating Procedures (SOPs) for Durga Puja celebration this year

    Serving beef in diet of animals is set by experts and we will stick to it: Parimal Suklabaidya

    Around 30 members of right-wing “activists” on Monday staged about a one-hour dharna outside the zoo right in front of the entrance

    Assam: Engineering College to be named after Chabilal Upadhyaya in Bihali

    The upcoming engineering college which is going to be established in Assam’s Bihali is named after freedom fighter Chabilal Upadhyaya

    Assam Police exam scam: Kumar Sanjit Krishna arrested by CID

    Senior Assam police officer and ex-SP, Karimganj, Kumar Sanjit Krishna has been arrested by the CID on Thursday evening