34 C
Guwahati
Saturday, July 4, 2020
  • Home
  • Videos
  • T8 Radio
More

    জুবিন গাৰ্গ আৰু বৃন্দাবন থিয়েটাৰৰ বিশেষ উদ্যোগ: ধুবুৰীৰ পৰা ধেমাজীলৈ শিল্পীক খাদ্য বিতৰণ

    শিৱসাগৰৰ পৰা আজি এই সাহায্যকাৰী দল ৰাওনা হৈছে বঙাইগাঁও অভিমুখে

    বৃন্দাবন থিয়েটাৰ আৰু জুবিন গাৰ্গৰ বিশেষ উদ্যোগ। লকডাউনৰ বাবে অসুবিধাৰ সন্মুখীন হোৱা শিল্পীক খাদ্য সামগ্ৰী বিতৰণ কৰি কিছু সহায় আগবঢ়াইছে অসমৰ অন্যতম থিয়েটাৰ গোষ্ঠী বৃন্দাবন থিয়েটাৰ আৰু জুবিন গাৰ্গে।

    ১ এপ্ৰিলৰ পৰা জুবিন গাৰ্গৰ সৈতে মিলি বৃন্দাবন থিয়েটাৰে সমগ্ৰ ৰাজ্য জুৰি এই অভিযান আৰম্ভ কৰিছে। বিগত দুটা দিনত ২৫০ শিল্পী পৰিয়ালক আগবঢ়াইছে সাহায্য।

    বৃন্দাবন থিয়েটাৰৰ বংকিম ৰয় মেধি, জয়ন্ত কাকতিৰ নেতৃত্বত অহা এই সাহায্যকাৰী দলে সোণাপুৰ, যোৰহাট আদিকে ধৰি কেইবা ঠাইত শিল্পী পৰিয়ালক প্ৰদান কৰিছে সাহায্য।

    শিৱসাগৰ ৰংঘৰ বাকৰিত প্ৰতিকূল বতৰৰ মাজতেই শিৱসাগৰ নগৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ৫০ শিল্পী পৰিয়ালক প্রদান কৰা হয় সাহায্য। শিৱসাগৰৰ পৰা আজি এই সাহায্যকাৰী দল ৰাওনা হৈছে বঙাইগাঁও অভিমুখে।

    Photo Credit: @sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING

    Coronavirus is a Hoax: Dr Satyakam Phukan

    Dr Phukan said, “I do not see any reason to terrorise the people in the name of coronavirus. State's health and family welfare minister has been misled by certain forces.

    Landslide Leaves One Dead At Kharguli

    Union Home Minister Amit Shah on Sunday called Assam’s health and family welfare minister Himanta Biswa Sarma and took stock of the situation over telephone.

    Assam Keelback Re-Appeared after 129 Years

    Last seen in 1891, a group of scientists of Wildlife Institute of India, has rediscovered the rare snake in Arunachal Pradesh

    26 Lockdown Violators Arrested on Day One of the Total Lockdown

    Throughout the day, the police detained 112 vehicles - 2 wheeler-61, 3 wheeler-17, 4 wheeler-32 and 6 wheeler-02.