25.2 C
Guwahati
Tuesday, June 15, 2021
More

    শ্ৰী এ কে পাঞ্চাৰীক “India’s Greatest Leader 2018-2019″ৰে পুৰস্কৃত

    সমাৰোহত ৰয়েল গ্ল'ৱেল স্কুলক "India Greatest Brand 2018-2019" সন্মানেৰে পুৰস্কৃত কৰা হ'ল

    শ্ৰী এ কে পাঞ্চাৰীক “India’s Greatest Leader 2018-2019″ৰে পুৰস্কৃত।

    এজন দূৰদৰ্শী নেতা আৰু শিক্ষা ক্ষেত্ৰত তেখেতৰ অনুকৰণীয় যোগদানৰ বাবে 12th Asian Business and Social Forumৰ আধাৰত এই সন্মানেৰে সন্মানিত কৰা হ’ল এ কে পাঞ্চাৰীক।

    ১৬ ছেপ্টেম্বৰত মুম্বাইৰ তাজ লেণ্ডছ এণ্ডত আয়োজিত হৈছিল এই অনুষ্ঠান। সমাৰোহত ৰয়েল গ্ল’ৱেল স্কুলক “India Greatest Brand 2018-2019” সন্মানেৰে পুৰস্কৃত কৰা হ’ল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    TRENDING