Skip to content

CAA আৰু NRCৰ বিৰুদ্ধে কৰিব নোৱাৰিব কোনো বিজ্ঞাপন: কলিকতা উচ্চ ন্য়ায়ালয়

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
২৩ ডিচেম্বৰ সোমবাৰে এই নিৰ্দেশ আগবঢ়াই ৰাজ্য খনৰ উচ্চ ন্যায়ালয়ে
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

পশ্চিমবংগৰ চৰকাৰক নিৰ্দেশ কলিকতা উচ্চ ন্য়ায়ালয়ৰ। কৰিব নোৱাৰিব CAA আৰু NRCৰ বিৰুদ্ধে কোনো বিজ্ঞাপন। ২৩ ডিচেম্বৰ সোমবাৰে এই নিৰ্দেশ আগবঢ়াই ৰাজ্য খনৰ উচ্চ ন্যায়ালয়ে। নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে পশ্চিম বংগ চৰকাৰে অহৰহ বিৰোধীতা কৰি থকাৰ বাবেই এই নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

উল্লেখ্য যে আৰম্ভণিৰে পৰাই মমতা বেনাৰ্জি নেতৃত্বাধীন পশ্চিম বংগ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ সম্পুৰ্ণ বিৰোধীতা কৰি আহিছে। প্ৰতিখন সভা-সমিটিয়ে মমতাই উদাত্ব কণ্ঠেৰে বিৰোধীতা কৰিছে এই আইন খনৰ। পিছে আজি দিয়া এই নিৰ্দেশনা পিছৰটো নিৰ্দেশনালৈ বাহাল থাকিব। পৰৱৰ্তী নিৰ্দেশনা দিয়া হ’ব অহা জানুৱাৰী মাহৰ ৯ তাৰিখে।

Photo Credit: www.culcuttahighcourt.in

Related Post

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp