বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী;৪৮ ঘণ্টাৰ ভিতৰত হ’ব পাৰে প্ৰচণ্ড ধুমুহা

Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram
ধুমুহাৰ উপৰিও বিজুলী–ঢেৰেকণিৰ লগত আহিব পাৰে বৰষুণ
Share on twitter
Share on facebook
Share on linkedin
Share on whatsapp
Share on email
Share on telegram

লকডাউনৰ মাজতে বতৰ বি়জ্ঞান কেন্দ্ৰই কৰিছে আগজাননী। অহা ৪৮ ঘণ্টাৰ ভিতৰত হ’ব পাৰে প্ৰচণ্ড ধুমুহা।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনায় যে অহা ৪৮ ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নালাগেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত ৩০–৪০কিলোমিটাৰ গতিবেগত বতাহ বলাৰ প্ৰবল সম্ভাৱনা আছে।

ধুমুহাৰ উপৰিও বিজুলী–ঢেৰেকণিৰ লগত আহিব পাৰে বৰষুণ। ২৮ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ মানুহক সজাগ আৰু সচেতন হৈ থকাৰ আহ্বান বতৰ বি়জ্ঞান কেন্দ্ৰৰ।

Photo Credit: Los Angeles Times

Related Post