Skip to content
Home » অখিল গগৈ

অখিল গগৈ

জুবিন-অখিলৰ আশু আৰোগ্য কামনা কৰি যোৰহাটত এগৰাকী মহিলা পদপথ ব্যৱসায়ীৰ নিৰৱচিন্ন প্ৰাৰ্থনা

জুবিন অসুস্থ হোৱাৰ দিনাৰে পৰা এনেদৰে পুৱাই দোকান খোলাৰ আগতে নেদেখাজনৰ ওচৰত এগছি বন্তি জ্বলাই জনপ্ৰিয় গায়কজনৰ আশু আৰোগ্য কামনা কৰি আহিছে

মোদী আৰু অমিত শ্বাহৰ কথাৰ মিল নাই, এনে অৱস্থা হ’লে দেশ চলিব কেনেকৈঃ আব্দুল খালেক

কা বিৰোধী আন্দোলনত মাত মাতিলেই চৰকাৰে ৰাষ্ট্ৰদোষৰ গোচৰ লগায়। অখিল গগৈয়ে কোনো ৰাষ্ট্ৰদোষ কৰা নাই

দৰকাৰ হ’লে মৃত্যুবৰণ কৰিম, কিন্তু CAB গ্ৰহণ নকৰোঃ অখিল গগৈ

‘কেব গৃহীত কৰিবলৈ বিজেপিয়ে এইবাৰ কৌশল সলনি কৰিছে। এতিয়া অসমবাসীক আন এটা টোপ দিব বিজেপিয়ে। হিমন্তই পুনৰ টোপ এটা দিব অসমবাসীক। হিমন্তই মতাক মাইকী কৰিব পাৰে বুলি সকলোৱে জানে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কয়লা ছিণ্ডিকেটৰ আটাইতকৈ ডাঙৰ খলনায়কঃ অখিল গগৈ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে কয়লা ছিণ্ডিকেট চলিছে আৰু কয়লাৰ ট্ৰাকে ৪ গৰাকী মানুহক মাৰি পেলোৱাটোও মুখ্যমন্ত্ৰীয়ে জগৰীয়া

মূল্যবৃদ্ধিক লৈ শুকুৰবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব KMSS-এ

কেন্দ্ৰীয় চৰকাৰ ফেচিবাদী চৰকাৰ। ধৰ্মৰ নামত মানুহৰ মাজত বিভাজন আনিছে বিজেপিয়ে। CABৰ বিৰুদ্ধে সকলোকে একগোট হোৱাৰ আহ্বান অখিল গগৈৰ

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp