ভয়ংকৰ বিপদৰ দিশে বাঘজান! বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই
বাঘজান কাণ্ডক লৈ ডাঙৰী ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই অইল ইণ্ডিয়াক সকীয়াই দিয়াৰ লগতে সোণৰি মেছাকী তৈল খাদত তলা লগাই অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে
বাঘজান কাণ্ডক লৈ ডাঙৰী ছৈখোৱা আঞ্চলিক ছাত্ৰ সন্থাই অইল ইণ্ডিয়াক সকীয়াই দিয়াৰ লগতে সোণৰি মেছাকী তৈল খাদত তলা লগাই অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে
এই অগ্নিকাণ্ডটো শ্ব’ৰ্ট চাৰ্কিটৰ ফলত হোৱা বুলি জানিব পৰা গৈছে
এটা গুদামত হঠাতে হয় অগ্নিসংযোগ
আহত সকলক ততাতৈয়াকৈ নিকটতম হস্পিতালত ভৰ্তি
জুইত জাহ গ’ল ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান
নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে অৰ্ধশতাধিক লোক
উল্লেখ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা ঘৰটোৰ কাষৰ দুটা ঘৰতো সামান্য পৰিমাণে জুই লাগিছে ৷ ৩ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে
যাত্ৰাপথতে স্কুটিখনত হঠাতে জুই লাগি যায়৷ জুই লগাৰ কথা গম পাই সাধন দাসে কোনোমতে স্কুটিখনৰ পৰা জপিয়াই নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিৰাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ একাংশৰ