কৰ’ণাত মৃত্যু হোৱা লোকৰ অন্তিম সংস্কাৰ কৰাত বিৰোধিতা কৰিলে হ’ব ৩ বছৰৰ জেল
ইয়াৰোপৰি তেনে লোকে জৰিমনাও ভৰিব লাগিব কিন্তু অধ্যাদেশত বৰ্তমানলৈ জৰিমনাৰ পৰিমান নিশ্চিত কৰা নাই
ইয়াৰোপৰি তেনে লোকে জৰিমনাও ভৰিব লাগিব কিন্তু অধ্যাদেশত বৰ্তমানলৈ জৰিমনাৰ পৰিমান নিশ্চিত কৰা নাই
ইয়াৰোপৰি গুৰত্বপূৰ্ণ ঘটনাসমূহত ৬ মাহৰ পৰা ৭ বছৰলৈ শাস্তি প্ৰদান কৰা হ’ব। ৫০ হাজাৰৰ পৰা ২ লাখপৰ্যন্ত জৰিমনা বিহিব লাগিব