Home » অসম চৰকাৰ

অসম চৰকাৰ

বহিঃৰাজ্যত থকা-খোৱাৰ বিপদত পৰা অসমৰ যুৱক-যুৱতীলৈ সকাহ, অসম চৰকাৰে মুকলি কৰিছে হেল্প লাইন নম্বৰ

বহিঃ ৰাজ্যত থকা অসমৰ যুৱক-যুৱতীয়ে 9615471547 এই গুৰুত্বপূৰ্ণ নম্বৰটোত ফোন কৰি সকাহ লাভ কৰিব

পৰিয়ালটোক হাৰাশাস্তি কৰিবলৈকে শৃংখলক শিৱসাগৰৰ পৰা আনি বৰপেটা জিলা কাৰাগাৰত চৰকাৰে আৱদ্ধ কৰি ৰখাৰ অভিযোগ শৃংখল মাতৃৰ

চৰকাৰে এনে দমনমূলক নীতিৰে সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন মষিমুৰ কৰিব নোৱাৰিব বুলিও শৃংখলৰ মাতৃৰ সকিয়নি চৰকাৰক

শাৰীৰিক বাধাকো নেওচি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠা খেলুৱৈৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰৰ

ৰাজ্য চৰকাৰে বিভিন্ন সময়ত ক্ৰীড়াক্ষেত্ৰত ঘোষণা কৰা অভিলাষী আঁচনিয়ে ঢুকি নাপায় পাপুলহঁতৰ দৰে প্ৰতিভাসম্পন্ন খেলুৱৈক

Photo Credit: @Rupjyoti Kurmi

ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা

অসমৰ কেইবাটাও উদ্যোগৰ ভৱিষ্যত সুনিশ্চিতকৰণৰ দাবীত চৰকাৰলৈ তেজেৰে চিঠি লিখি মৰিয়নীৰ বিধায়ক কুৰ্মীয়ে আঁৰিছিল বিধানসভাৰ চৌহদত

Photo: Time8

প্ৰিয়ংকা চোপ্ৰা আৰু ফিল্মফেয়াৰ এৱাৰ্ডৰ পিছত লাগি থাকোতে চৰকাৰে পাহৰি থাকিল ১৭ কোটি টকীয়া অট্টালিকাৰ কথা !

২০১৪ চনতে তেতিয়াৰ মন্ত্ৰী ৰকিবুল হুছেইনে মুকলি কৰিছিল যদিও আজিপৰ্যন্ত পৰ্যটকৰ বাবে থকাৰ উপযোগী হৈ নুঠিল

Photo: Time8

ফুটপাথত বাচন বর্তন বিক্ৰী কৰি জীৱন নিৰ্বাহ ২৫ বছৰে ৰহা সমষ্টিৰ গুৰি ধৰোতা বিজেপিৰ প্ৰৱীন নেতাৰ !

যি সময়ত কেন্দ্ৰ আৰু ৰাজ্যত গেৰুৱা দলটোৰ চৰকাৰ চলি আছে সেই সময়ত এগৰাকী বিজেপি কৰ্মীয়ে এমুঠি ভাতৰ বাবে ফুটপাথত বাচন বৰ্তন বিক্ৰী কৰা কথাটোৱে চিন্তাত পেলাইছে বিজেপিৰ একাংশ নিষ্ঠাৱান কৰ্মীক

Time8

ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ত নিষিদ্ধ হ’ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল; কেবৰ বিৰুদ্ধে এইবাৰ ওলাই আহিছে ছাত্ৰ সমাজ

৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথতেই সকলোৰে চকুত পৰা কৈ আঁৰিব মুখ্যমন্ত্ৰীৰ নিষিদ্ধ ঘোষণাৰ বৃহৎ বেনাৰ