Home » অসম

অসম

বাঘজানত নিহত ২ অইল কৰ্মচাৰীৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল

অগ্নিকুণ্ড বাঘজানত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটিছিল ২ নিষ্ঠাবান অইলৰ কৰ্মচাৰীৰ। দাওদাওকৈ জ্বলি থকা জুই নিৰ্বাপনৰ সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ অঘটন।

ডিঙিৰ শিৰ কাটি আত্মহনন মহাৰাষ্ট্ৰত কৰ’ণাত আক্ৰান্ত এজন অসমৰ লোকৰ

বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, লোকজনে পুৱা প্ৰায় ৫ বজাত নিজৰ ডিঙি কাটি দিয়ে। লোকজনক হাস্পতালৰ কৰ্মচাৰীয়ে বাথৰূমত সংকটজনক অৱস্থাত উদ্ধাৰ কৰে যদিও চিকিত্সাধীন অৱস্থাতে লোকজনে কৰুণ মৃত্যুক সাৱটি লয়

ৰাজহুৱা স্থানত খাব নোৱাৰিব ধঁপাত; কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰতিখন ৰাজ্যকে সতৰ্ক থকাৰ আহ্বান

হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু অসমত নিষিদ্ধ হ’ব পাৰে ধুম্ৰবিহিন ধঁপাত। বিহাৰ, ঝাৰখণ্ড আৰু তেলেংগানাতো নিষিদ্ধ হ’ব ধুম্ৰবিহিন ধঁপাত

ভাৰতত কৰ’ণা ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৫ হাজাৰৰ ঘৰ, এইপৰ্যন্ত ১৪৯ লোকৰ মৃত্যু

অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ২৮জনকৈ লোক। মঙলবাৰে হাইলাকান্দিত এজন লোক আক্ৰান্ত হৈছে এই ভাইৰাছৰ ফলত। ছৌদি আৰৱৰ পৰা অসমলৈ উভতি আহিছিল লোকজন