Home » আছু

আছু

ধৰ্ম বিস্তাৰৰ বাবে মিছা কথা ক’ব পাৰে ইছলামে, মানুহো হত্যা কৰিব পাৰেঃ সত্যৰঞ্জন বৰা

আমছু উজনিত শক্তিশালী হোৱাৰ আঁৰত আছে আছুৰ। এই অভিযোগ সত্যৰঞ্জন বৰাৰ। কলাক্ষেত্ৰ ভঙাৰ আঁৰত আছে মুছলমান শক্তি। আৰবীয় পুঁজি লৈ কূটাঘাত কৰিছে। কোৰান পঢ়াৰ পিছত মানুহ শান্তিৰে থাকিব নোৱাৰে। সংবাদমেলত এই মন্তব্য বৰাৰ

সোণোৱাল চৰকাৰ হত্যাকাৰী চৰকাৰ,এই চৰকাৰৰ মুখত শান্তিৰ কথাই শোভা নাপায়: হিমান বৰ্মন

৬ জানুৱাৰীত জাতিধ্বংসী আইন ‘কা’ বাতিল কৰা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত ‘গণ অনশন’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব

মুখ্যমন্ত্ৰীৰ বাসস্থান চাবুৱাত আজি আছুৰ ‘জনতাৰ সকীয়নি’

কা অতি শীঘ্ৰে বাতিল কৰক, কা আমি নামানো, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গান লিখা প্লেকাৰ্ড হাতে হাতে লৈ ওলাই আহিছে কা বিৰোধী প্ৰতিবাদী

Photo : Time8

ছাত্ৰ-ছাত্ৰীৰ আন্দোলন দমন কৰিবলৈ চেষ্টা নকৰিব; কাৰণ আপোনালোক ছাত্ৰ আন্দোলন কৰিয়ে মুখ্যমন্ত্ৰী, মন্ত্ৰী হৈছেঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আছুৱে গৃহমন্ত্ৰীক বিষয়টো সন্দৰ্ভত স্পষ্টকৈ বুজাই অহাৰ পিছতো পতিয়ন যোৱাকৈ বুজাব নোৱাৰা বুলি কেন্দ্ৰই কৈ আছে। গৃহমন্ত্ৰীক মুকলি যুক্তি তৰ্কলৈ open challenge কৰিছো