কৰ’ণাৰ বিৰুদ্ধে যুঁজ; ৪কোটি টকা আৰ্থিক অনুদান বাহূবলীৰ
ভাৰততো কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ। প্ৰতিদিনেই বৃদ্ধি পাইছে মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা
ভাৰততো কৰ’ণা ভাইৰাছৰ সংহাৰী ৰূপ। প্ৰতিদিনেই বৃদ্ধি পাইছে মৃত্যু আৰু আক্ৰান্ত হোৱা লোকৰ সংখ্যা
এতিয়া সময় আহি পৰিছে সকলো সজাগ আৰু সচেতন হোৱাৰ
ইটালীৰ পৰা ভাৰতলৈ যোৱা বিমানৰ একো তথ্যও আমাৰ হাতত নাই
যি সময়ত কাবা শ্বৰিফত বিভিন্ন দেশৰ হাজাৰ হাজাৰ ওমৰাহ হজযাত্ৰী একেলগ হৈ ৭ টাকৈ পাক মাৰি তৌৱাফৰ কাম সম্পন্ন কৰে ঠিক সেই সময়তে কাবা শ্বৰিফৰ চৌপাশ জনশূন্য হৈ পৰাত বিশেষ তাৎপৰ্য বহন কৰা পৰিলক্ষিত হৈছে
ইন্দিৰা গান্ধী গৱর্নমেণ্ট মেডিকেল কলেজ আৰু হস্পিতালত কৰ’ণা ভাইৰাছত আক্ৰান্ত বুলি সন্দেহযুক্ত ৰোগীকেইজনৰ তেজৰ নমুনা গ্রহণ কৰা হৈছিল
‘চিকেন মেলা’ত চিকেনৰ পৰিৱৰ্তে কঁঠালেহে চলালে ৰাজত্ব
কানাডাত এতিয়ালৈকে ১৪০ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত আৰু ইয়াৰে এগৰাকীৰ মৃত্যু হৈছে
কৰ্ণাটকত মৃত্যু হ’ল ভাৰতৰ প্ৰথমজন কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ। ইয়াৰ পিছতেই অধিক আতংক বিয়পি পৰিছে ভাৰতত
বিশ্বত এতিয়ালৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে ৪ হাজাৰৰো অধিক লোকে