ক্ৰমাগত তৃতীয়বাৰলৈ দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে অৰবিন্দ কেজৰিৱালে
মুখ্যমন্ত্ৰীৰ সৈতে মূল মঞ্চত অতিথিৰূপে আসন ল’বলৈ আমন্ত্ৰণ জনোৱা হয় ৫০গৰাকী লোক, য’ত আছে শিক্ষাবিদৰ পৰা চাফাই কৰ্মচাৰী প্ৰতিনিধি, এম্বুলেন্সৰ ড্ৰাইভাৰকে ধৰি সমাজৰ ভিন্ন স্তৰৰ লোক
মুখ্যমন্ত্ৰীৰ সৈতে মূল মঞ্চত অতিথিৰূপে আসন ল’বলৈ আমন্ত্ৰণ জনোৱা হয় ৫০গৰাকী লোক, য’ত আছে শিক্ষাবিদৰ পৰা চাফাই কৰ্মচাৰী প্ৰতিনিধি, এম্বুলেন্সৰ ড্ৰাইভাৰকে ধৰি সমাজৰ ভিন্ন স্তৰৰ লোক
মূৰত আপৰ টুপী,চকুত চশমা, ডিঙিত ক’লা মাফলাৰ,আঁকি লোৱা মোচ আৰু ৰঙা ৰঙৰ ছুৱেটাৰ পৰিহিত কণমানিটি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা দেশজুৰি চৰ্চিত হৈছিল
দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান
ইয়াৰ পিছতে ১৪ ফেব্ৰুৱাৰীৰ দিনটো অৰবিন্দ কেজৰিৱালৰ বাবে হৈ পৰিল বিশেষ দিন
আপে ৭০খন আসনৰ ভিতৰত ৬৩খন আসন লাভ কৰি বৃহৎ বিজয় সাব্যস্ত কৰে
আপৰ কাৰ্যালয়ত ইতিমধ্যেই আৰম্ভ হৈছে এক উখলমাখল আনন্দমুখৰ পৰিৱেশ
যিদিনা মই এটা টিভি চেনেলত হনুমান চালিছা পাঠ কৰিছো সিদিনাৰে পৰা বিজেপিয়ে একেৰাহে মোক ঠাট্টা-মস্কৰা কৰিয়েই আছে