Skip to content
Home » উত্তৰ প্ৰদেশ

উত্তৰ প্ৰদেশ

নিৱনুৱা সমস্যাৰ বিপৰীত ছবি, একেলগে ২৫টা চাকৰি কৰি দৰমহা পায় ১ কোটি

যি সময়ত এটা চাকৰিৰ বাবে হাহাকাৰ সেই সময়তে নিৱনুৱা সমস্যা মিছা বুলি প্ৰমাণিত কৰি এজন মানুহে একেলগে ২৫ টাকৈ চাকৰি কৰি আছে

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ সংঘৰ্ষ, ৯জন নিহত

কণ্টেনাৰ আৰু স্কৰপিঅ’ৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এলেকাটোত বৃহৎ সংখ্যক আৰক্ষী নিয়োজিত কৰা হৈছে। স্কৰপিঅ’ৰ সন্মুখভাগ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে

উত্তৰ প্ৰদেশত মুঠ আক্ৰান্ত হৈছে ১৭৭৮জন, ২৪৮জন সুস্থ হৈ উঠিছে; ২৬জনৰ মৃত্যু

ৰাজ্যৰ বাহিৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক অনাৰ কামো আৰম্ভ কৰা হৈছে। হাৰিয়ানাৰ পৰা ৮২খন বাছেৰে ২২২৪জন লোকক আজি ৰাজ্যখনলৈ উভতাই অনা হৈছে

উত্তৰ প্ৰদেশত অৱস্থা যথেষ্ট গম্ভীৰ, বৃদ্ধি পাব পাৰে লক ডাউনৰ সময়সীমাঃ অৱনীশ অৱষ্ঠী

তেওঁ ক’লে যে উত্তৰ প্ৰদেশত বৰ্তমান ৩০৫ গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ১৫৯ গৰাকী তবলিগী জামাতৰে সম্পৰ্ক থকা লোক

কৰ’ণাৰ ফলত উত্তৰ প্ৰদেশত প্ৰথমজন লোকৰ মৃত্যু, ২৫ বছৰীয়া যুৱকে হেৰুৱালে প্ৰাণ

উত্তৰ প্ৰদেশৰ গোৰখপুৰত ২৫ বছৰীয়া যুৱকৰ মৃত্যুৰ পিছতে ভাৰতত মৃত্যুৰ সংখ্যা হৈছে ৫০জন। বৰ্তমানলৈ দেশত ১৭০০তকৈ অধিক হৈছে কৰ’ণাত সংক্ৰমিত লোকৰ সংখ্যা

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp