Home » কা

কা

বিজেপিৰ সাহস আছে যদি ‘কা’ সন্দৰ্ভত গণভোটৰ ব্যৱস্থা কৰকঃপলাশ চাংমাই

অসমৰ অধিকাংশ লোক কৃষিজীৱি গতিকে কৃষিকৰ্মত ৰাইজ ব্যস্ত থকাৰ বাবেই কা বিৰোধী প্ৰতিবাদত ৰাইজৰ অংশগ্ৰহণ কিছু পৰিমাণে কমাতো সঁচা

সৰ্বানন্দ-হিমন্ত গ’বেকঃ কটকটীয়া নিৰাপত্তাৰ মাজতো বৰ্ষাপাৰা ষ্টেডিয়ামত দৰ্শকৰ ‘কা’ বিৰোধী তীব্ৰ প্ৰতিবাদ

খেলপথাৰত থকা বৃহৎ স্ক্রীনত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ কুমাৰ দেৱৰ ছবি ভাঁহি উঠাৰ লগে লগে চৰকাৰ বিৰোধী শ্ল’গানেৰে একাংশই সাব্যস্ত কৰে প্রতিবাদ

ডঃ নগেন শইকীয়া-ডঃ হীৰেণ গোহাঁইয়ে ‘কা’ সন্দৰ্ভত ভুৱা প্ৰচাৰ চলাই ৰাইজক বিভ্ৰান্ত কৰিছেঃ বিমল বড়া

হীৰেণ গোঁহাইয়ে বাংলাদেশৰ হিন্দু নাগৰিকক ভাৰতত নাগৰিকত্ব দিব লাগে বুলি বাতৰি কাকতত লিখি এতিয়া কিয় দুমুখীয়া নীতি গ্ৰহণ কৰিছে বুলি ক্ষোভ প্ৰকাশ টিংখাঙৰ বিধায়কৰ

সৰ্বানন্দ সোণোৱালৰ সুমতিৰ লগতে ‘কা’ ৰ বিৰুদ্ধে কাকপথাৰত ভকত-বৈষ্ণৱৰ আধ্যাত্মিক প্ৰতিবাদ

অসমীয়া ৰাইজক দিয়া দুখ সৰ্বানন্দ সোণোৱালেও ভূগিব লাগিব বুলি ক্ষোভ উজাৰে কেইবাগৰাকীও নব্বৈ উৰ্দ্ধৰ বৃদ্ধাই

সোণোৱাল চৰকাৰ হত্যাকাৰী চৰকাৰ,এই চৰকাৰৰ মুখত শান্তিৰ কথাই শোভা নাপায়: হিমান বৰ্মন

৬ জানুৱাৰীত জাতিধ্বংসী আইন ‘কা’ বাতিল কৰা আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত ‘গণ অনশন’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব