Skip to content
Home » কৰ'ণা ভাইৰাছ » Page 17

কৰ'ণা ভাইৰাছ

চীনৰ পৰা৩২৪জন ভাৰতীয় উভতিল নিজ দেশলৈ;বিমানত উঠিব নিদিলে ৬ জন ভাৰতীয় ছাত্ৰক

চীনৰ হুবেইত থকা ভাৰতীয় লোকসকলক উদ্ধাৰৰ অৰ্থে এয়াৰ ইণ্ডিয়াৰ দ্বিতীয়খন বিমান ইতিমধ্যেই চীনলৈ ৰাওনা হৈছে

কৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ ভাৰতৰ AYUSH মন্ত্ৰালয়ৰ বিশেষ পদক্ষেপ

কৰোণা ভাইৰাছ প্ৰতিৰোধ কৰিবৰ বাবে এতিয়ালৈকে কোনো নিৰ্দিষ্ট চিকিৎসা পদ্ধতি, ভেকছিন উদ্ভাৱন হোৱা নাই। আনকি এই ৰোগ নিৰ্মূল কৰিবৰ বাবে কি খাদ্য গ্ৰহণ কৰিব লাগে তাৰো নাই কোনো নিৰ্দিষ্ট প্ৰামাণিক তথ্য

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp