Skip to content
Home » গুৱাহাটী

গুৱাহাটী

আজিৰে পৰা গুৱাহাটীত ‘খেলো ইণ্ডিয়া’ৰ দুৱাৰ মুকলি

১০ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ চলিব বৃহৎ প্ৰতিযোগিতাখন। দেশৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা হিচাপে চিহ্নিত হোৱা খেলো ইণ্ডিয়া য়ুথ গেইমছত দেশৰ ৩৭খন ৰাজ্যই অংশ ল’ব

দীপিকাই কেৱল মিডিয়াৰ মনোযোগ পাবলৈহে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ গৈছিলঃ হিমন্ত বিশ্ব শৰ্মা

উল্লেখ্য যে দুদিন পূৰ্বে JNUলৈ গৈছিল অভিনেত্ৰী দীপিকা পাডুকণ আৰু তাত উপস্থিত হৈ হিংসাৰ সন্মুখীন হোৱা লোকসকলক সাক্ষাৎ কৰে

পিটছ কভাৰৰ পৰিৱৰ্তে আমি কম্বল ব্যৱহাৰ কৰিব পাৰিলো হয়ঃ দেৱজিৎ শইকীয়া

যি খন পিটছ কভাৰ ব্যৱহাৰ কৰিছিলো সেইখনত ফুটা নাছিল বুলিও নিজৰ স্পষ্টতা প্ৰকাশ কৰে অসম ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে

‘বন্দে মাতৰম’ধ্বনিত ৰজনজনালে বৰ্ষাপাৰা ষ্টেডিয়াম; অভিভূত বিৰাট কোহলী, চাওক ভিডিঅ’

ক্ৰিকেটৰ সৈতে সংপৃক্ত হৈ থাকে গভীৰ দেশপ্ৰেম, সেই কথাই পুনৰ প্ৰতীয়মান হ’ল বৰ্ষাপাৰা ষ্টেডিয়ামত

মই CAAক লৈ বিভিন্নজনৰ মন্তব্য পঢ়িছো, কোন সঁচা কোন মিছা নাজানোঃ বিৰাট কোহলী

গুৱাহাটীত CAAক লৈ এতিয়া কিবা হৈছে যদি মই নাজানো কিন্তু আমি এতিয়ালৈ সুৰক্ষিত আৰু শান্তি ভাবেই আছো। সেইবাবে মই মন্তব্য কৰিব নোখোজো। সংবামাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে অধিনায়ক কোহলীয়ে

য’ত ক্ষমতা আৰু Power থাকে তাতেই হিমন্ত থাকে, মই Powerত থাকোতে মোৰ লগত আছিলঃ তৰুণ গগৈ

BJPৰ সভাপতিয়ে নিজৰ সমষ্টিৰ পৰা জিকি আহিব পাৰিব নেকি এইবাৰ? মই চেলেঞ্জ কৰিছো ৰণজিৎ দাসক৷ সাহস আছে যদি নিজ সমষ্টিৰ পৰা জিকি আহক। এই বুলি ৰঞ্জিত দাসক প্ৰত্যাহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp