Home » জামা মছজিদ

জামা মছজিদ

পুনৰ বন্ধ হ’ব পাৰে জামা মছজিদ, কৰ’ণাই প্ৰাণ ল’লে শ্বাহী ইমামৰ সচিবৰ

শ্বাহী ইমামে ক’লে দিল্লীত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱা বাবে পুনৰ ঐতিহাসিক মছজিদ বন্ধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ পৰা মতামত বিচাৰিছে

কন্নৌজৰ জামা মছজিদত সমূহীয়া নামাজত বাধা প্ৰদান কৰাৰ বাবে আৰক্ষীক আক্ৰমণ, কেইবাজনো আহত

উত্তৰ প্ৰদেশ চৰকাৰে আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা যাওক আৰু ইয়াৰ আধাৰতে আৰক্ষীয়ে মছজিদৰ পৰা লোকসকলক আঁতৰাবলৈ চেষ্টা চলাইছিল কিন্তু লোকসকলে আৰক্ষীৰ ওপৰতেই আক্ৰমণ চলায়

আপুনি এনেকুৱা ব্যৱহাৰ কৰিছে, যেন জামা মছজিদ পাকিস্তানত আছে; চন্দ্ৰশেখৰ আজাদৰ জামিন আৱেদনৰ শুনানিত চৰকাৰী অধিবক্তাক ক’লে ন্যায়াধীশে

CAA-NRCৰ বিৰোধিতা কৰিবলৈ জামা মছজিদৰ সমীপত বিৰোধিতা আৰু ধৰ্ণাৰ বাবে আজাদে আহ্বান জনাইছিল, এই সন্দৰ্ভত ন্যায়াধীশে সুধিলে, ‘প্ৰতিবাদত ভুল কি আছে? বিৰোধিতা কৰাত ভুল কি? বিৰোধিতা কৰা এক সাংবিধানিক অধিকাৰ

CAAৰ বিৰোধিতাৰে দিল্লীৰ জামা মছজিদৰ বাহিৰত প্ৰতিবাদ; কটকটীয়া ব্যৱস্থা আৰক্ষীৰ

ৰাজধানী দিল্লীত CAAৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত। জামা মছজিদৰ বাহিৰত মুছলমান সম্প্ৰদায়ৰ লোকে CAAৰ বিৰুদ্ধে দিয়ে ধৰ্ণা