বৰপেটাৰ খংৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
বৰ্তমানলৈ নিহত যুৱকজন চিনাক্ত হোৱা নাই । বৰপেটাৰ খংৰাৰ কেঁকুৰিত দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক। ট্ৰাকখনৰ নম্বৰ হ’ল AS 01- LC-2296
বৰ্তমানলৈ নিহত যুৱকজন চিনাক্ত হোৱা নাই । বৰপেটাৰ খংৰাৰ কেঁকুৰিত দুৰ্ঘটনাত পতিত হয় এখন ট্ৰাক। ট্ৰাকখনৰ নম্বৰ হ’ল AS 01- LC-2296
মৃতদেহকেইটা উদ্ধাৰৰ পিছতে ২৫ বছৰীয়া ট্ৰাক চালকজনক হত্যাৰ সন্দেহত আৰক্ষীয়ে গ্ৰপ্তাৰ কৰে
৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী ট্ৰাকে মহটিয়াই নিয়ে সংবাদকৰ্মীজনক, ফলত থিতাতে মৃত্যু কিশোৰ শৰ্মা নামৰ সংবাদকৰ্মীজনৰ