Home » তামিলনাডু

তামিলনাডু

আকৰ্ষণীয় অফাৰ! স্মাৰ্টফোন ক্ৰয় কৰক বিনামূলীয়াকৈ লাভ কৰক পিয়াঁজ

এজন গ্ৰাহকে ক’লে যে, এই অফাৰৰ পিছত তেওঁ দোকানত গৈ নতুন স্মাৰ্টফোন ক্ৰয় কৰিছে আৰু লগতে মই বিনামূলীয়াকৈ লাভ কৰিলো এক কেজি পিয়াঁজ

Photo Credit: IndiaGlitz

মহিলাক ঘৰতে দোপাত্তা লৈ থাকিবলৈ ক’লে ছুইগী ডেলিভাৰী বয়ে! তাৰপাছত?

ছুইগী আপোনালোকৰ কৰ্মচাৰীক নিজৰ কামত ব্যস্ত থাকিবলৈ কওক৷ আজি আপোনালোকৰ কৰ্মচাৰীয়ে মোক ঘৰতে দোপাত্তা লৈ থাকিবলৈ উপদেশ দি গৈছে ৷ কি আছিল ইয়াৰ অৰ্থ?