Skip to content
Home » তাৰকা

তাৰকা

অসমৰ পৰা নিবেদিত ৱেব ছিৰিজত অভিনয় কৰিব ক্ৰিকেট তাৰকা যুৱৰাজ সিং আৰু তেওঁৰ ভাতৃ জোৰাবৰ সিঙে

ৱেব ছিৰিজটোত ক্ৰিকেটাৰ দুগৰাকীৰ মাতৃ চবনম সিঙৰ লগতে দেখা যাব যুৱৰাজ সিঙৰ পত্নী হেজল কীচ্ছকো

Photo Credit: punjubupdate.com

অনুগ্ৰহ কৰি মোক কিছিং কিং বুলি নক’ব;অন্তৰত দুখ পাওঃ ইমৰাণ হাছমী

মাৰ্ডাৰ’,’জহৰ’,’জন্নত’,’আৱাৰাপন’ত অভিনয় কৰা ইমৰান হাছমীজনৰ কেতিয়াবাই মৃত্যু হৈছে। সেইখিনি সময় মোৰ জীৱনৰ বেলেগ এটা অধ্যায় আছিল

Photo Credit: Global Zone Today

বলীউডৰ অভিনেত্ৰীক অনুৰাগীয়ে মুকলিকৈ দিলে বিবাহৰ প্ৰস্তাৱ; অভিনেত্ৰী কিন্তু অমান্তি নহ’ল! কি দিলে উত্তৰ?

মই আপোনাক কেতিয়াও মোক মিছ কৰিবলৈ সুযোগ নিদিওঁ-যুৱকজনক ৰিটুইট কৰি ক’লে অভিনেত্ৰী ভূমিয়ে

Photo credit: @saraalikhan95

বগা হ’বলৈ কি কৰিব লাগে ছাৰাই দিলে পৰামৰ্শ!

মানুহে ইচ্ছা কৰিলে নিজৰ দেহৰ বৰণ একেবাৰে সহজ পদ্ধতিত সলাব পাৰে৷ আপুনি যদি সোণোৱালী বৰণৰ অধিকাৰী হ’বলৈ বিচাৰিছে তেন্তে আপুনি দেহত ব্ৰঞ্জৰ লেপন দিবলৈ লওক আৰু যদি আপুনি বগা হ’বলৈ বিচাৰিছে তেন্তে খুব পাউডাৰ সানক

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp