Skip to content
Home » দিল্লী আৰক্ষী

দিল্লী আৰক্ষী

দিল্লীৰ ম’ষ্ট ৱাণ্টেড অপৰাধীক খেদি খেদি আটক চাৰ্লিছ এঞ্জেল খ্যাত উত্তৰ-পূবৰ ২ যুৱতীৰ

উত্তৰ-পূবৰ এটা দলক একগোট কৰি অপৰাধীক আটক কৰাৰ বাবে এক বিশেষ দল গঠন কৰিছিল দিল্লী আৰক্ষীয়ে সেই দলটোৰেই এই দুই চাৰ্লিছ এঞ্জেল আৰক্ষী

দিল্লীত খোল খালে সুৰাৰ বিপণী, লাঠীৰ কোব খালে দীঘলীয়া শাৰীত থিয় হৈ থকা সুৰাপ্ৰেমীয়ে

সোমবাৰৰ দিনটোত সুৰাৰ দোকানসমূহ খোলাৰ লগে লগতে পুৱা ৮ বজাৰ পৰা দীঘলীয়া শাৰীৰ সৃষ্টি হয়। ইয়াৰ মাজতে কোনেও সামাজিক দূৰত্ব বজাই নাৰাখিলে। কেইবাটাও স্থানত ২-২কিঃমিঃ লৈ দীঘলীয়া শাৰী হয়। যাৰ বাবে দিল্লী আৰক্ষীয়ে কেইবাখনো সুৰাৰ দোকান বন্ধ কৰি দিয়ে

দিল্লীত পুনৰ দুজন আৰক্ষী কৰ্মীৰ দেহত ওলাল কৰ’ণা পজিটিভ, এজন আৰক্ষীৰ পৰিয়ালৰ আটাইকেইজন আক্ৰান্ত

মডেল টাউন আৰক্ষী কলনীৰ বাসিন্দা ASI তথা তেওঁৰ ২১ বছৰীয়া পুত্ৰৰ ৰিপৰ্টত ওলাইছে কৰ’ণা পজিটিভ

১০১ দিনৰ পিছত দিল্লী আৰক্ষীয়ে খালী কৰোৱালে শ্বাহীনবাগ

দিল্লী আৰক্ষীয়ে কৰ’ণা ভাইৰাছ আৰু ১৪৪ ধাৰাৰ পত্ৰ দি এঘণ্টাত এই অভিযান চলায়। ইয়াৰ মাজতে আৰক্ষীয়ে ৬ গৰাকী মহিলা আৰু ৩জন লোকক আটক কৰে

দিল্লী হিংসাঃ প্ৰতিবাদকাৰীয়ে ভাঙিলে ৱ্লেকবৰ্ড, জ্বলালে লাইব্ৰেৰী আৰু স্কুল, চাওক ফটো

উল্লেখ্য যে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত বৰ্তমানলৈ ৩৯জন লোকে প্ৰাণ হেৰুৱাইছে। ২০০জনতকৈ অধিক হাস্পতালত ভৰ্তি

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp