Home » দিল্লী

দিল্লী

মুক্তি পালে মনু শৰ্মাই, ১৯৯৯ৰ ২৯-৩০ এপ্ৰিলৰ নিশা কি হৈছিল জেছিকাৰ সৈতে?

ঘটনা সন্দৰ্ভত আদালতে কংগ্ৰেছী নেতা বিনোদ শৰ্মাৰ পুত্ৰ সিদ্ধাৰ্থ বশিষ্ঠ ওৰফে মনু শৰ্মাক আজীৱন কাৰাদণ্ডৰ শাস্তি বিহিছিল

এসপ্তাহৰ বাবে দিল্লী বৰ্ডাৰ ছীল, চেলুনৰ লগতে খুলিব বজাৰৰ প্ৰতিখন দোকান, খোলা নাখাব স্পা

কেজৰিৱালে ক’লে যে শুকুৰবাৰৰ সন্ধিয়া ৫ বজালৈ নিজৰ পৰামৰ্শ ইমেইলঃ [email protected], হোৱাটছ্এপঃ 8800007722, ভইচমেইলঃ 1031 নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে

দিল্লীত অব্যাহত কৰ’ণাৰ সন্ত্ৰাস, কাপছেহৰাত এটা বিল্ডিঙতে ৪১জন আক্ৰান্ত

দিল্লীৰ তুগলকাবাদ Extension container জনত নতুনকৈ ১৫জন লোক কৰ’ণাত আক্ৰান্ত হৈছে। ইয়াৰ লগতে এলেকাটোত কৰ’ণা ৰোগীৰ সংখ্যা হৈছে ৫৩জন

ছীল কৰা হৈছে নীতি আয়োগ, এগৰাকী বিষয়াৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছ

ৰাজধানী দিল্লীত ধাৰাবাহিকভাৱে কৰ’ণা ভাইৰাছত লোক আক্ৰান্ত হৈ আছে। স্বাস্থ্য মন্ত্ৰালয় অনুসৰি এইপৰ্যন্ত দিল্লীত ৩,১০৮জন লোক আক্ৰান্ত হৈছে

দিল্লীত চিকিত্সক-মেডিকেল ষ্টাফ আক্ৰান্ত, NDMCৰ ৩৯জন কৰ্মচাৰীৰো কৰ’ণা পজিটিভ

বাবু জগজীৱন ৰাম হাস্পতালত নতুনকৈ ৭জন লোক আক্ৰান্ত হৈছে কৰ’ণাত। এই ৭জন লোকৰ ভিতৰত আছে চিকিত্সক আৰু হাস্পতালৰ ষ্টাফ

কৰ’ণাত আক্ৰান্ত হৈ বতৰ বিজ্ঞান বিভাগৰ কৰ্মীৰ মৃত্যু, সংস্পৰ্শলৈ অহা ১০জন লোক কোৱাৰাণ্টাইন

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ কেইবাগৰাকীও কৰ্মীক সতৰ্কতা অৱলম্বনৰ আহ্বান জনায়। ইয়াৰ লগতে কেন্দ্ৰটো ছেনিটাইজেছনো কৰা হয়

দিল্লীত পুনৰ দুজন আৰক্ষী কৰ্মীৰ দেহত ওলাল কৰ’ণা পজিটিভ, এজন আৰক্ষীৰ পৰিয়ালৰ আটাইকেইজন আক্ৰান্ত

মডেল টাউন আৰক্ষী কলনীৰ বাসিন্দা ASI তথা তেওঁৰ ২১ বছৰীয়া পুত্ৰৰ ৰিপৰ্টত ওলাইছে কৰ’ণা পজিটিভ