এজন কৰ’ণাক্ৰান্ত পিজ্জা ডেলিভাৰী ল’ৰাৰ বাবে ৭২ জনকৈ লোক মহাবিপদত
অৱশ্যে প্ৰশাসনে বৰ্তমানলৈ ফাদিল কৰা নাই পিজ্জা ডেলিভাৰী ল’ৰাজনৰ পৰিচয়
অৱশ্যে প্ৰশাসনে বৰ্তমানলৈ ফাদিল কৰা নাই পিজ্জা ডেলিভাৰী ল’ৰাজনৰ পৰিচয়
দেশত আটাইতকৈ অধিক লোক সংক্ৰমিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত বিগত ১২ ঘণ্টাত পুনৰ ১৬২জন লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১২৯৭জন। গুজৰাটত পুনৰ ৫৫জন লোক কৰ’ণাত আক্ৰান্ত হৈছে
হাস্পতালখনত এনেকুৱা দুজন লোকৰ কৰ’ণা পজিটিভ পোৱা গৈছে যে যিকেইজনে বেলেগ ৰোগৰ চিকিত্সা কৰিবলৈ হাস্পতাললৈ আহিছিল
দেশ-বিদেশৰ বহু লোক আহিছিল নিজামুদ্দিনৰ ধৰ্মীয় সভাত
গুজৰাটৰ পিছত এইবাৰ দিল্লীত
ইয়াৰ পূৰ্বে ৬৮ বছৰীয়া এগৰাকী মহিলাৰ মৃত্যু হৈছিল দিল্লীত
ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে প্ৰাণ হেৰুৱালে ৫ জনে
তেওঁ ক’লে যে যিমান পাৰে ঘৰৰ পৰা কাম কৰক। ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ কথা কওক