Skip to content
Home » দিল্লী » Page 2

দিল্লী

দিল্লীঃ যিটো কোৱাৰাইণ্টাইন চেণ্টাৰত ৰখা হৈছে জামাতীক, তাৰ পৰাই দলিয়ালে মূত্ৰ ভৰ্তি বটল

দেশত আটাইতকৈ অধিক লোক সংক্ৰমিত হৈছে মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত বিগত ১২ ঘণ্টাত পুনৰ ১৬২জন লোক আক্ৰান্ত হৈছে। ৰাজ্যখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১২৯৭জন। গুজৰাটত পুনৰ ৫৫জন লোক কৰ’ণাত আক্ৰান্ত হৈছে

Assam: Over 300 air passengers flee to avoid COVID-19 test in Silchar

দিল্লীঃ কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শত আহে চিকিত্সক, গংগাৰাম হাস্পতালৰ ১০৮জন ষ্টাফ কোৱাৰাণ্টাইন

হাস্পতালখনত এনেকুৱা দুজন লোকৰ কৰ’ণা পজিটিভ পোৱা গৈছে যে যিকেইজনে বেলেগ ৰোগৰ চিকিত্সা কৰিবলৈ হাস্পতাললৈ আহিছিল

কৰ’ণাঃ মুখ্যমন্ত্ৰী কেজৰিৱালৰ সিদ্ধান্ত, ৩১ মাৰ্চলৈ বন্ধ হৈ থাকিব দিল্লীৰ প্ৰতিখন ৰেস্তোৰাঁ

তেওঁ ক’লে যে যিমান পাৰে ঘৰৰ পৰা কাম কৰক। ব্যক্তিগত কোম্পানীৰ কৰ্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ কথা কওক

Install TIME8 Mobile app to know what's happening around you instantaneously!

Share on facebook
Share on twitter
Share on whatsapp